• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাত মৃত্যু হোৱা মেঘালয়ৰ প্ৰথম গৰাকী ব্যক্তিৰ ছয় গৰাকী আত্মীয় ক’ৰ’না প’জিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2020 11:16 am
1537 persons cured of COVID-19 in Assam

প্ৰতিনিধিত্বমূলক ফটো

12.8k
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ত মৃত্যু হোৱা ৰাজ্যখনৰ প্ৰথম গৰাকী ক’ৰ’না ৰোগীৰ ছয় গৰাকী সম্পৰ্কীয়ৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই আজি টুইটাৰ যোগে এইকথা ঘোষণা কৰে।

‘‘বৰ্তমানলৈ ক’ৰ’না সংক্ৰমণৰ পৰীক্ষা সম্পন্ন হোৱা ৬৮ গৰাকী লোকৰ ভিতৰত ৬ গৰাকীৰ ক’ৰ’না প’জিটিভ বুলি ফলাফল আহিছে, প’জিটিভ অহা লোক ৰাজ্যৰ প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীৰ আত্মীয় আৰু সহায়কাৰী। ছয়টা অন্য নমুনা পুনৰ পৰীক্ষা কৰা হ’ব। বাকী সকলো ব্যক্তিৰ নমুনা নিগেটিভ আহিছে,’’ নিজৰ টুইটাৰত মুখ্য মন্ত্ৰী চাংমাই এইদৰে উল্লেখ কৰে।

বুধবাৰে শ্বিলঙৰ বেথানি হস্পাতালত মৃত্যু হোৱা মেঘালয়ৰ প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীৰ আন্তোষ্টিক্ৰিয়াৰ সিদ্ধান্ত শীঘ্ৰেই লোৱা হ’ব বুলি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী এ এল হেকে কয়।

বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি গৰাকীৰ অন্তিম সংস্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মেঘালয় চৰকাৰৰ তৰফৰ পৰা কোৱা হয়।

মেঘালয়ৰ প্ৰথম গৰাকী ক’ৰ’নাত আক্ৰান্ত ৰোগী কোনোধৰণৰ ভ্ৰমণ পঞ্জীৰ ইতিহাস নথকাকৈ ক’ৰ’নাত আক্ৰান্ত হৈছিল।

ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি গৰাকী তেওঁৰ নাতিৰ দ্বাৰা ক’ৰ’নাত সংক্ৰমিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

এয়াৰ ইণ্ডিয়াত পাইলট হিচাপে কৰ্মৰত মৃত্যু হোৱা ব্যক্তি গৰাকীৰ নাতিয়েকে কিছুদিন পূৰ্বে নিউয়ৰ্কৰ পৰা উভতি আহিছিল।

Tags: COVID-19

Recent News

ৰাজ্যত দেওবাৰে এইকেইখন জিলাত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ

ৰাজ্যত দেওবাৰে এইকেইখন জিলাত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ

অন্ত পৰিল এক ঐতিহাসিক যাত্ৰা! অৱসৰ ঘোষণা অসমৰ ফুটবল তাৰকা দুৰ্গা বড়োৰ

অন্ত পৰিল এক ঐতিহাসিক যাত্ৰা! অৱসৰ ঘোষণা অসমৰ ফুটবল তাৰকা দুৰ্গা বড়োৰ

ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত ত্ৰিপুৰা

ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত ত্ৰিপুৰা

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd