• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৮ জুনৰ পৰা বাংলাদেশৰ সৈতে ৰপ্তানি বাণিজ্য আৰম্ভ কৰিব মেঘালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2020 8:38 pm
conrad-pc-as-cm-e1521335916237-750x375

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা

2.2k
VIEWS
Share on FacebookShare on Twitter

মেঘালয় চৰকাৰে অহা সপ্তাহৰ পৰা বাংলাদেশৰ সৈতে অতিৰিক্ত ৰপ্তানি বাণিজ্য আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনৰ মুখ্য সচিব এম এছ ৰাওয়ে আজি এই কথা প্ৰকাশ কৰে।

অৱশ্যে এই ক্ষেত্ৰত সকলো অংশীদাৰেই চৰকাৰে কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে বান্ধি দিয়া নিয়ম মানি চলাতো বাধ্যতামূলক হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ইতিমধ্যে যোৱা মে’ত এটা চিমেণ্ট কোম্পানিক চুবুৰীয়া দেশখনলৈ নতুনকৈ ৰপ্তানি আৰম্ভ কৰিবলৈ অনুমতি দিয়া হৈছিল।

অহা ৮ জুনৰ পৰা লেণ্ড কাষ্টম কেন্দ্ৰসমূহৰ জৰিয়তে বাংলাদেশৰ সৈতে অতিৰিক্তভাৱে সীমান্ত বাণিজ্য আৰম্ভ কৰাৰ অনুমতি দিয়া হৈছে বুলি ৰাওয়ে জানিবলৈ দিয়ে।

অৱশ্যে সীমান্তত থকা হাট বজাৰ সমূহ এতিয়াই আৰম্ভ কৰিবলৈ দিয়া হোৱা নাই, তেওঁ লগতে কয়।

Recent News

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে অসম চৰকাৰৰ ২৯ জন এপিএছচি কেলেংকাৰীৰ অভিযুক্ত বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে অসম চৰকাৰৰ ২৯ জন এপিএছচি কেলেংকাৰীৰ অভিযুক্ত বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

নৰেন্দ্ৰ মোদীৰ ‘সুশাসন’ৰ ফল! পাঁচ বছৰত প্ৰায় ৯ লাখ ভাৰতীয়ই এৰিলে নাগৰিকত্ব

নৰেন্দ্ৰ মোদীৰ ‘সুশাসন’ৰ ফল! পাঁচ বছৰত প্ৰায় ৯ লাখ ভাৰতীয়ই এৰিলে নাগৰিকত্ব

ধেমাজিত কামৰূপ এক্সপ্ৰেছৰ খুন্দাত দুই যুৱকৰ মৃত্যুঃ ৰে’লৱে’ কৰ্মচাৰীৰ ভুলৰ বাবেই অঘটনৰ অভিযোগ ৰাইজৰ

ধেমাজিত কামৰূপ এক্সপ্ৰেছৰ খুন্দাত দুই যুৱকৰ মৃত্যুঃ ৰে’লৱে’ কৰ্মচাৰীৰ ভুলৰ বাবেই অঘটনৰ অভিযোগ ৰাইজৰ

দিছপুৰ ছুপাৰ মাৰ্কেটত পৰিয়ালকেন্দ্ৰিক সংঘাত! ৩০-৪০জন বন্ধুৰে মিলি পত্নীৰ পৰিয়ালক আক্ৰমণ

দিছপুৰ ছুপাৰ মাৰ্কেটত পৰিয়ালকেন্দ্ৰিক সংঘাত! ৩০-৪০জন বন্ধুৰে মিলি পত্নীৰ পৰিয়ালক আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd