• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উইণ্ডোজৰ সুৰক্ষাৰ ত্ৰুটি! চাইবাৰ আক্ৰমণৰ আশংকা কৰিছে মাইক্ৰছফ্টে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2023 6:35 pm
প্রতিনিধিত্বমূলক ছবি। সৌজন্য: ফৰ্বছ।

প্রতিনিধিত্বমূলক ছবি। সৌজন্য: ফৰ্বছ।

150
VIEWS
Share on FacebookShare on Twitter

মাইক্ৰছফ্টে উইণ্ডোজ অপাৰেটিং চিষ্টেমত এটা ভয়ানক সুৰক্ষা ত্ৰুটি বিচাৰি পাইছে। চিভিই-২০২৩-২১৬৭৪ নামৰ এই ত্ৰুটিটোৱে উইণ্ডোজ এডভান্সড লোকেল প্ৰচিডিউৰ কল (এএলপিচি) প্ৰযুক্তিৰ সুৰক্ষা প্ৰণালী দুৰ্বল কৰে। ফলস্বৰূপে, সমাধান নোহোৱালৈকে এই ত্ৰুটিটো কাম লগাই উইণ্ডোজ ১০ ৰ পৰা উইণ্ডোজ ১১ আৰু উইণ্ডোজ চাৰ্ভাৰত চাইবাৰ আক্ৰমণ চলোৱা সম্ভৱ।

মাইক্ৰছফ্টে সৃষ্টি কৰা ছফ্টৱেৰত ত্ৰুটিটো ধৰা পৰাৰ লগে লগে সুৰক্ষা চক্ৰটো দ্ৰুততাৰে সমাধান কৰে। কিন্তু যদি হেকাৰসকলে চক্ৰটো এৰি যোৱাৰ আগতে ত্ৰুটিটো ব্যৱহাৰ কৰিবলৈ সক্ষম হয়, তেনেহ’লে ইয়াক জিৰো ডে এক্সপ্লয়েট বুলি কোৱা হয়।

লগতে পঢ়ক: কি হৈছিল! ভাৰতীয় প্ৰযোজকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ পাকিস্তানী অভিনেত্ৰীৰ

মাইক্ৰছফ্টে লগতে স্বীকাৰ কৰিছে যে চিভিই-২০২৩-২১৬৭৪ ত্ৰুটিৰ ক্ষেত্ৰতো এনে হৈছে।

উল্লেখ্য যে যোৱা মঙলবাৰে মাইক্ৰছফ্টে উইণ্ডোজত ৯৮ টা সুৰক্ষা ত্ৰুটি আঁতৰ কৰে আৰু ছফ্টৱেৰ আপডেট (সুৰক্ষা চক্ৰ) মুকলি কৰে। অৱশ্যে, জিৰো ডে এক্সপ্লয়েট কাৰ্যকৰী হৈ থকাৰ বাবে কোম্পানীয়ে ব্যৱহাৰকাৰীসকলক সাৱধান হ’বলৈ পৰামৰ্শ দিছে।

Recent News

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd