• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ : পুনৰ আন্দোলনৰ হুংকাৰ মধ্য ইংৰাজী শিক্ষক সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2018 1:21 pm
14_07_08_Teacher01_791250183

শিক্ষকৰ প্ৰতিবাদ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ দূৰীকৰণ সমিতিৰ প্ৰতিবেদনত থকা আসোঁৱাহসমূহ দূৰ কৰাৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক।

ৰাজ্য চৰকাৰে আসোঁৱাহসমূহ দূৰ কৰাৰ ক্ষেত্ৰত বিগত প্ৰায় সাত মাহে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাই পুনৰ আন্দোনলত নমাৰ হুংকাৰ দিছে।

সন্থাৰ সভাপতি মুকুল কুমাৰ বৰা আৰু প্ৰধান সম্পাদক দীপেন শৰ্মাই এক বিবৃতিযোগে কয় যে এই আসোঁৱাহসমূহ দূৰ কৰাৰ বাবে বিভাগীয়ভাৱে কেইবাবাৰো আবেদন জনোৱাৰ পিছতো ৰাজ্য চৰকাৰে নিৰ্লিপ্ত হৈ বহি থকাৰ  ফলত উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকল হতাশাগ্ৰস্ত হৈ পৰিছে।

তেওঁলোকে লগতে কয় যে বিদ্যালয় প্ৰধানসকলক গ্ৰেড পে’ ৯,১০০ টকা প্ৰদান কৰা, বিজ্ঞান শিক্ষকসকলক হাইস্কুল স্নাতক শিক্ষকৰ দৰে ৩০০ টকা বিশেষ ভাত্তা প্ৰদান কৰা, প্ৰবীণ, ৰত্ন আদি অৰ্হতা থকা হিন্দী শিক্ষকসকলক স্নাতক পৰ্যায়ৰ দৰমহা দিয়া আদি নিৰ্দেশনা থকাৰ পিছতো তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা হৈছে।

তদুপৰি, ২৫-৩০ বছৰ চাকৰিকাল সম্পূৰ্ণ কৰা জ্যেষ্ঠ শিক্ষকসকলে নৱনিযুক্ত তথা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকতকৈ কমকৈ দৰমহা পোৱা দেখা গৈছে। এনে বৈষম্যৰ ফলত অভিজ্ঞ জ্যেষ্ঠ শিক্ষকসকল মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰিছে।

শিক্ষকসকলৰ এনে সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদৰ্শন কৰা চূড়ান্ত হেমাহি তথা গাফিলতিৰ প্ৰতিবাদত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাই পুনৰ আন্দোলনত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা বিবৃতিটোত কোৱা হৈছে।

যদিহে চৰকাৰে এইক্ষেত্ৰত তৎকালীনভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জানুৱাৰি মাহৰ পৰা পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাই সোমবাৰে এখ প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd