• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত উগ্ৰপন্থীয়ে হত্যা কৰিলে আৰক্ষী কমাণ্ডোক; অপহৰণ তিনিজন মেইটেইক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2023 9:57 am
মণিপুৰত সেনাৰ ফ্লেগমাৰ্চ। ফাইল ফটো।

মণিপুৰত সেনাৰ ফ্লেগমাৰ্চ। ফাইল ফটো।

4k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ বিষ্ণুপুৰ জিলাত বৃহস্পতিবাৰে নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ গুলীত মণিপুৰ আৰক্ষীৰ এজন কমাণ্ডো নিহত হোৱাৰ লগতে আন ৫জন আহত হয়।

বিষ্ণুপুৰ জিলাত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে তেওঁলোকৰ দলটোক এম্বুছ কৰাৰ ফলত কনিষ্টবল এইচ জিতেনৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন আৰক্ষী আহত হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

আহতসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে আৰু অৱগত কৰে। অতিৰিক্ত বাহিনীয়ে আক্ৰমণকাৰীক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে।

লগতে পঢ়ক: IPL 2023 KKR vs RR: চাহাল-যশস্বীৰ অভিলেখ; ৰাজস্থান ৰয়েলছৰ ওচৰত অসহায় আত্মসমৰ্পণ কলকাতা নাইট ৰাইডাৰ্ছৰ

বুধবাৰে ইম্ফল পূব জিলাত অচিনাক্ত দুষ্কৃতিকাৰীৰ গুলীত আহত হৈছিল এজন আছাম ৰাইফলছৰ জোৱান।

উগ্ৰপন্থীয়ে বৃহস্পতিবাৰে পৃথক পৃথক কাণ্ডত তিনিজন মেইটেই সম্প্ৰদায়ৰ লোকক অপহৰণ কৰাৰ অভিযোগো উত্থাপন হৈছে।

ইপিনে, হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি আৰু অধিক উন্নত হোৱাৰ লগতে অশান্ত চুৰাচান্দপুৰকে ধৰি ১৬খন জিলাৰ ভিতৰত ১১খন জিলাত সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে।

ইম্ফল পশ্চিমকে ধৰি অধিক স্থানত সান্ধ্য আইন শিথিল কৰাৰ বিপৰীতে সেনা আৰু কেন্দ্ৰীয় বাহিনীয়ে অৱশ্যে স্পৰ্শকাতৰ অঞ্চলত সতৰ্কতা অব্যাহত ৰাখিছে। সেইদৰে, ১৩ মে’লৈকে স্থগিত থাকিব মোবাইল ইন্টাৰনেট সেৱা।

লগতে পঢ়ক: কেতিয়াও টকা হাতলৈ আহিলে এইবোৰ কাম নকৰিব! জানি লওক চাণক্য নীতি

উল্লেখযোগ্য যে যোৱা ৩ মে’ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত মণিপুৰত কমেও ৬৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ৪৫ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিছে।

মেইটেইৰ অনুসূচীত জনজাতি মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত ১০খন পাহাৰীয়া জিলাত ‘জনজাতীয় সংহতি পদযাত্ৰা’ চলোৱাৰ পিছতে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

Recent News

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd