• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শাক-পাচলিৰ ভ্ৰাম্যমান বেহা বন্ধ কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 2, 2020 2:42 pm
IMG_20200401_182608

বোকাখাতত মন্ত্রী অতুল বৰাৰ। ফটো: নৰ্থইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

সংহাৰি ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ আগ্ৰসনৰ পটভুমিত বোকাখাতত পাচলিৰ ভ্ৰাম্যমান বেহা বন্ধ কৰিবৰ বাবে নিৰ্দেশ দিছে কেবিনেট মন্ত্ৰী অতুল বৰাই ৷

বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে চলা যান-বাহনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবৰ বাবেও প্ৰশাসনক নিৰ্দেশ দিছে অতুল বৰাই৷

গোলাঘাট জিলাত কভিড -১৯ৰ ৰোগী ধৰা পৰাৰ পাচত ১ এপ্ৰিলৰ নিশা বোকাখাতত এই দৰে নির্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

বোকাখাতত শাক পাচলি লৈ ঘুৰি ফুৰা অচিনাক্ত লোকৰ পৰাও ভাইৰাছ সংক্ৰমিত হব পাৰে ৷ দিল্লীৰ নিজামুদ্দিনৰ পৰা আহি লুকাই থাকিব পৰা লোকক বিচাৰি উলিয়াই চিকিৎসা প্ৰদান কৰিবৰ বাবেও অতুল বৰাই প্ৰশাসনক নিৰ্দেশ দিয়ে ৷

ইফালে বোকাখাতৰ বিভিন্ন প্ৰান্তত আহু ধানত হোৱা পোকৰ আক্ৰমণত বিভাগীয় তত্বাৱধানত কীটনাশক প্ৰয়োগ কৰিবৰ বাবে পৰামৰ্শ দিয়ে অতুল বৰাই ৷

এই ক্ষেত্ৰত পথাৰত কীট নাশক চটিওৱাৰ সময়তো সামাজিক ব্যৱধান আৰু নীতি নিৰ্দেশনা মানি চলাৰ লগতে প্ৰশাসনৰ অনুমতি ল’বৰ বাবে তেওঁ কৃষকক অনুৰোধ জনায় ৷

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ অসম চৰকাৰক সহায় কৰাৰ বাবে যোৱা নিশা বোকাখাতৰ স্থানীয় যুৱক প্ৰদীপ কুমাৰ দেই অসম চৰকাৰৰ আৰোগ্য নিধিলৈ বুলি ২০ হেজাৰ টকা আৰু মিলিজুলি চুতীয়া আত্মসহায়ক গোটে ১০ হেজাৰ টকাৰ চেক মন্ত্ৰী অতুল বৰাৰ হাতত অৰ্পণ কৰে ৷

কৃষকৰ বাবে বিভাগীয় অনুদানৰ লগতে নিজৰ ঘৰতে কৃষকে কেনেদৰে কৃষি উৎপাদন কৰিব পাৰে তাৰ ওপৰত কৃষি বিভাগে চিন্তা চৰ্চা কৰি থকা বুলিও মন্ত্ৰী গৰাকীয়ে জনায় ৷

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত সকলোকে সজাগ আৰু সাৱধান হৈ কঠোৰভাৱে লক ডাউন মানি চলিবৰ বাবে অতুল বৰাই আহ্বান জনায় ৷

Tags: COVID19

Recent News

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd