• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি পল্লৱ লোচন দাসৰ হৈ চাৰিখন প্ৰচাৰ সভাত ভাষণ দিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2019 3:34 pm
himanta biswa

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ভোটাৰক আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰত্যেকটো দলে নিজৰ নিজৰ ষ্টাৰ কেম্পেইনাৰৰ জৰিয়তে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ কাৰ্য। ঠিক সেই উদ্দেশ্যে অসমৰ বিত্ত মন্ত্ৰী তথা প্ৰভাৱশালী বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই আজি চাৰিটা স্থানত প্ৰচাৰ অভিযান চলাব।

জানিব পৰা মতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ ঢেকিয়াজুলি, ৰঙাপাৰা, বিহালী আৰু তেজপুৰত ভাষণ প্ৰদান কৰিব।

হেলিকপ্টাৰ যোগে ৰাতিপুৱা প্ৰায় ৯.৪৫ বজাত প্ৰথমে ঢেকিয়াজুলিত উপস্থিত হ’ব মন্ত্ৰী শৰ্মা। আৰু তাৰ পাছত অংশ ল’ব এক ৰোড শ্ব’ত। ৰোড শ্ব’ শেষ কৰিয়েই বিশাল নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰিব মন্ত্ৰীগৰাকীয়ে।

প্ৰথমখন জনসভা সম্বোধন কৰি মন্ত্ৰী শৰ্মাই পোন পোনে ৰাওনা হ’ব ৰঙাপাৰা ৰে’লৱে ফিল্ডত অনুষ্ঠিত হ’ব লগীয়া প্ৰচাৰ সভালৈ। ইয়াত ভাষণ প্ৰদান কৰি বিহালীৰ নিউ কেটলা ফিল্ডত আয়োজিত তৃতীয়খন জনসভালৈ ৰাওনা হ’ব মন্ত্ৰী শৰ্মা।

তৃতীয়খন জনসভাৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ ডিপোটা মিলনপুৰ বিহু ফিল্ডত দিনটোৰ শেষৰখন প্ৰচাৰ সভা সম্বোধন কৰিব। এই সভাখন অন্ত পৰাৰ পাছত মন্ত্ৰী শৰ্মাই তেজপুৰ চহৰত অনুষ্ঠিত হ’ব লগীয়া এক বিশাল ৰোড শ্ব’তো অংশ ল’ব।

উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ লগতে বহুতো শীৰ্ষ পৰ্যায়ৰ নেতাই অসমত প্ৰচাৰ চলাইছে যদিও অসমত বিজেপিৰ প্ৰচাৰৰ মূল চালিকা শক্তি হ’ল হিমন্ত বিশ্ব শৰ্মা।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আওকাণ নকৰিব! ছালত দেখা দিয়া তেজৰ কৰ্কট ৰোগৰ ৫টা লক্ষণ…

আওকাণ নকৰিব! ছালত দেখা দিয়া তেজৰ কৰ্কট ৰোগৰ ৫টা লক্ষণ…

September 9, 2025 6:39 am
নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আওকাণ নকৰিব! ছালত দেখা দিয়া তেজৰ কৰ্কট ৰোগৰ ৫টা লক্ষণ…

আওকাণ নকৰিব! ছালত দেখা দিয়া তেজৰ কৰ্কট ৰোগৰ ৫টা লক্ষণ…

September 9, 2025 6:39 am
নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd