• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০২০ৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব ভাৰত-বাংলাদেশ সীমা বেৰ : ৰাজ্যিক গৃহ মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2018 9:00 pm
hqdefault
640
VIEWS
Share on FacebookShare on Twitter

গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজেজুৱে প্ৰকাশ কৰিছে যে ৫৪০.৫৮৬ কিঃমিঃ দৈৰ্ঘ্য বিয়পা বেৰহীন ভাৰত-বাংলাদেশ সীমান্তত বেৰ দিয়াৰ কাম অহা বছৰৰ মাৰ্চৰ পৰা আৰম্ভ কৰা হ’ব। লোকসভাত  এই কথা প্ৰকাশ কৰি ৰাজ্যিক গ্ৰহ মন্ত্ৰীগৰাকীয়ে কৈছে যে ভাৰত-বাংলাদেশ সীমান্তত বেৰ দিয়াত এইবাৰ চৰকাৰে সৰ্বাধিক মনোযোগ দিছে।

১৮ ডিচেম্বৰে ৰিজেজুৱে কৈছে যে ভাৰত-বালাদেশৰ মুঠ ৪০৯৬.৭০ কিঃমিঃ সীমান্তৰ ভিতৰত ২৭৮৫.৫৫৪ কিঃমিঃত বেৰ দিয়া হৈছে আৰু বাকীখিনি ২০২০ৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

সীমান্তৰে অনুপ্ৰৱেশ চলি থকা সময়ত ৰিজেজুৰ বক্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। বিএছএফে ইতিমধ্যে সাম্ভাব্য অনুপ্ৰৱেশ সম্পৰ্কত সতৰ্কবাণী জাৰি কৰিছে।

গৃহ মন্ত্ৰ্যালয়ৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই প্ৰকাশ কৰিছে যে প্ৰায় ৩৬,০০০ ৰহিঙীয়া ভাৰতৰ বিভিন্ন অংশত আছে আৰু আৰু বিএছএফে অনুপ্ৰৱেশ বন্ধ কৰাৰ চেষ্টা কৰি আছে কাৰণ তেওঁলোকৰ সৈতে সন্ত্ৰাসবাদী গোটসমূহৰ যোগাযোগ থকাটোও নুই কৰিব নোৱাৰি।

এই বছৰৰ আৰম্ভণিৰ পৰা ৩১ অক্টোবৰ ২০১৮ পৰ্যন্ত বিএছএফে ৮৭ গৰাকী ৰহিঙীয়াক আটক কৰিছে আৰু ৭৬ ৰহিঙীয়াক বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছে।

Recent News

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

Dandruff

কিদৰে দূৰ কৰিব উফিৰ সমস্যা! জানিবলৈ পঢ়ক…

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

ইমাম সংগঠনৰ সৈতে বৈঠক মোহন ভাগৱতৰ! ৰাজনৈতিক মহলত নতুন জল্পনা-কল্পনা

ইমাম সংগঠনৰ সৈতে বৈঠক মোহন ভাগৱতৰ! ৰাজনৈতিক মহলত নতুন জল্পনা-কল্পনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd