• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৃদয় স্পৰ্শ কৰিবনে এইহাল বৃদ্ধ দম্পতীৰ কৰুণ জীৱনগাথাই?

এডোখৰ মাটিৰ আশাত বন্দী বিশ্বনাথৰ পৰিয়ালটোৱে বিচাৰিছে মাথো চৰকাৰৰ সামান্য সঁহাৰি

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
August 12, 2021 11:29 am
bis
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ চাৰিআলিৰ সৎসংগ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষৰ এখন পুৰণি দোকানৰ বাৰণ্ডাত  দুৰ্বিসহ জীৱন যাপন কৰিছে এহাল বৃদ্ধ দম্পতীয়ে ।

এই বৃদ্ধ দম্পতীৰ বাবে যেন ৰ’দ বৰষুণ একোৰে পাৰ্থক্য নাই, ‘ঘৰ’ৰ চালেৰে নিশা আকাশৰ তঁৰা লেখিব পাৰি। কোনোবাই মৰম কৰি কিবা এটা দিছে ,তাকেই তৃপ্তিৰে খাই জীৱনৰ কঠিন যুঁজ খন চলাই নিছে এওঁলোকে।

তাৰবাবে কোনো আক্ষেপো নাই তেওঁলোকৰ । বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰতে থকা এই পৰিয়ালটোৰ খবৰ লবলৈ যেন কাৰোৱেই আহৰি নাই ।

চিনি পোৱা দুই একে কেতিয়াবা দান কৰা খাদ্য সামগ্ৰীৰে বাৰাণ্ডাৰ এটা চুকত ৰান্ধি খোৱাৰ দৃশ্য হৃদয়স্পৰ্শী।

বিশ্বনাথ চাৰিআলিৰ কলেজ ৰোডৰ সমীৰ ঘোষ (৬৮) নামৰ এজন ব্যক্তিৰ কথাই উল্লেখ কৰা হৈছে এই প্ৰতিবেদনত। পূৰ্বে কলেজ ৰোডৰ এটা স্থানত আছিল তেওঁলোকৰ বাসগৃহ। ঘৰৰ অৱস্থা এটা সময়ত  আছিল স্বচ্ছল।

এইয়া ৩০/৩৫ বছৰৰ আগৰ কাহিনী।তেতিয়াৰ সফল ডেকা সমীৰে বিয়া কৰাইছিল ঢেকিয়াজুলিৰ কাজলক। নিজৰ কৰ্মৰ মাজৰে সংসাৰ চলাই যোৱা সমীৰ আৰু পত্নী কাজল ঘোষৰ জীৱনলৈ আহিছিল তিনিটি কন্যা সন্তান ।

সমীৰৰ সেই সংসাৰত এটা নামি আহিল দুৰ্যোগ। বিভিন্ন বেমাৰৰ বাবে নিজৰ ভেটি মাটি কোনো ধনৰ বিনিময়ত বেলেগক দি দিব লগা হল। তাৰ পিছত বিভিন্ন স্থানত ঘূৰি পকি ফুৰিবলগা হ’ল তেওঁ।

কাৰিকৰৰ কাম কৰি পেট মোকলৱা ঘোষে বিশ্বনাথ চাৰিআলিৰ পুৰণা আদালতৰ ওচৰত চাহৰ দোকান দি পেট মোকলাইছিল  ।

কিন্তু লাহে লাহে বয়সৰ সৈতে হাৰ মানিলে তেওঁ। কাম কৰিব নোৱাৰা হ’ল তেওঁ। যাৰ বাবে এতিয়া এই জৰাজীৰ্ণ বাৰণ্ডা খনেই হৈ পৰিছে তেওঁ লোকৰ আশ্ৰয় স্থল। সমীৰঘোষৰ তিনিজনী ছোৱালী বিয়াহৈ গ’ল বিভিন্ন স্থানলৈ।

তেওঁলোকো প্ৰায়েই আহি খবৰ লয় পিতৃ মাতৃৰ। ঘৰলৈ নিব খুজিলে যাবলৈ মান্তি নহয় অভিমানি ঘোষ দম্পতি। তেওঁলোকৰ আশা-  আমি ভূমিহীন, চৰকাৰে আমাক মাটি দিব।

আমি খিলঞ্জীয়া নহয় নেকি ? এই দৰে অশ্ৰুসিক্ত নয়নৰে প্ৰশ্ন কৰিলে সমীৰ ঘোষে । লগে লগে উচুপি উঠিল কিছু পৰিমাণে হতাশগ্ৰস্ত হৈ মানসিক ভাবে ভাঙি পৰা পৰিবাৰ কাজল ঘোষে ।

এয়াই জীৱনৰ বিয়লি বেলাত লোকৰ তেওঁলোকৰ জীৱন সংগ্ৰাম।খিলঞ্জীয়াক ঘৰ, মাটি দিম বুলি কৈ শাসনলৈ অহা ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনৰ বাৰু বিশ্বনাথৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ কথা ভাবিবলৈ আহৰি হ’বনে? পৰিয়ালটোৱে এতিয়া চৰকাৰৰ সামান্য সঁহাৰিৰ বাবেই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd