• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না আৰু সুশান্তৰ মৃত্যুৰ শোকত নিজৰ জন্মদিন উদযাপন নকৰিলে অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2020 6:45 am
মিথুন চক্ৰৱৰ্তী, উৎস-ইণ্টাৰনেট

মিথুন চক্ৰৱৰ্তী, উৎস-ইণ্টাৰনেট

6.9k
VIEWS
Share on FacebookShare on Twitter

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু আৰু ক’ৰ’না মহামাৰীৰ বাবে বলিউদৰ বৰ্ষীয়ান জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে ১৬ জুনত তেওঁৰ জন্মদিন  উদযাপন নকৰিলে।

মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ নামসি চক্ৰৱৰ্তীয়ে পিতৃয়ে চলিত বৰ্ষত নিজৰ জন্মদিন উদযাপন নকৰাৰ বিষয়ে সদৰি কৰে।

আনহাতে, মিথুনৰ পুত্ৰ নামসিয়েও চলিত বৰ্ষত তেওঁৰ জন্মদিন উদযাপন নকৰে বুলি লগতে প্ৰকাশ কৰে।

‘‘আমি জনসাধাৰণক যিমান পাৰে ঘৰত আৱদ্ধ হৈ থাকে নিজকে সুৰক্ষিত ৰখাৰ বাবে আহ্বান জনায়ছো,’’ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ পুত্ৰই কয়।

উল্লেখযোগ্য যে, বলিউদৰ প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছতে বলিউদত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

অষ্ট্ৰেলিয়ান তাৰকা ক্ৰিকেটাৰ শ্বেন ৱাটছনেও সুশান্তৰ মৃত্যুত শোক ব্যক্ত কৰি অভিনেতা গৰাকীয়ে অভিনয় কৰা এম ধোনীৰ জীৱন ভিত্তিক চলচ্চিত্ৰখনত ধোনীৰ চৰিত্ৰটো সুশান্ত নে প্ৰকৃত ধোনী চিনি পোৱাটোৱে কঠিন হৈ পৰিছিল বুলি উল্লেখ কৰে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd