• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত যৌন উৎপীড়নৰ ঘটনা; জ্যেষ্ঠ শিক্ষকৰ বিৰুদ্ধে গৱেষিকা ছাত্ৰীৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2019 8:36 pm
sexual assault on minor girl in assam's hojai
1.1k
VIEWS
Share on FacebookShare on Twitter

অসম বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপকৰ দ্বাৰা যৌন উৎপীড়নৰ বাতৰি পুৰণি হ’বলৈ নাপাওঁতেই গুৱাহাটী বিশ্ববিদ্যালয়ত অনুৰূপ এটা ঘটনা ঘটাৰ অভিযোগ উঠিছে।

বিশ্ববিদ্যালয়খনৰ এগৰাকী গৱেষিকা ছাত্ৰীয়ে ইয়াৰ অভ্যন্তৰীণ অভিযোগ সমিতিত (Internal Complaints Committee) এই অভিযোগ দিছে যে তেওঁ এজন জ্যেষ্ঠ শিক্ষকৰ দ্বাৰা যৌন উৎপীড়নৰ বলি হৈছে।

অভিযোগপত্ৰখনত ছাত্ৰীগৰাকীয়ে কৈছে, কিছু দিনৰ পূৰ্বে এই ঘটনাটো ঘটিছিল আৰু এতিয়াহে তেওঁ শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ দিবলৈ সাহ গোটাব পাৰিলে।

অভিযুক্ত অধ্যাপকজন অসমীয়া বিভাগৰ আৰু কেইবাখনো গ্ৰন্থ প্ৰকাশেৰে তেওঁ এজন সাম্প্ৰতিক ভাষাবিদো।

জানিব পৰামতে, ছাত্ৰীগৰাকীৰ অভিযোগপত্ৰখন ৰাজ্যৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনৰ অভ্যন্তৰীণ অভিযোগ সমিতিয়ে বিবেচনা কৰি আছে। অভ্যন্তৰীণ অভিযোগ সমিতিয়ে বিশ্ববিদ্যালয়খনত মহিলাৰ বিৰুদ্ধে হোৱা যিকোনো ধৰণৰ যৌন নিপীড়নৰ অভিযোগ চোৱাচিতা কৰে।

“এনেকুৱা যৌন উৎপীড়ন কৰ্মক্ষেত্ৰত হোৱা আন ধৰণৰ হাৰাশাস্তিৰ অভিযোগবোৰ অনুসন্ধান কৰিবলৈ আমাৰ এটা অভ্যন্তৰীণ প্ৰণালী আছে। এই সন্দৰ্ভটো চাবলৈ এখন কমিটী আছে আৰু কমিটীখনে বিষয়টো অনুসন্ধান কৰি আছে। এতিয়াই এই বিষয়ত মন্তব্য কৰা অসুবিধা”, গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সচিব তিলক হাজৰিকাই নৰ্থ-ইষ্ট নাওক কয়।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd