• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঘজানৰ ঘটনা: তদন্ত সমিতি গঠন পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ

ৰূপা সৰকাৰ by ৰূপা সৰকাৰ
June 11, 2020 11:18 pm
MoPNG sets up inquire committee over Baghjan incident
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে বাঘজানৰ গেছ নিৰ্গমন আৰু অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে বৃহস্পতিবাৰে এক উচ্চস্তৰীয় সমিতি গঠন কৰিছে।

সমিতিখনক এমাহৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

হাইড্ৰ’কাৰ্বন সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান এছ চি এল দাসক অধ্যক্ষৰূপে লৈ সমিতিখন গঠন কৰা হৈছে।

তিনিজনীয়া সমিতিখনৰ আন দুজন সদস্য হৈছে অ’ এন জি চিৰ প্ৰাক্তন অধ্যক্ষ আৰু প্ৰাক্তন সঞ্চালক ক্ৰমে বি চি বৰা আৰু টি কে সেনগুপ্তা।

সমিতিখনে ঘটনাটোলৈ লৈ যোৱা নিৰ্ধাৰিত প্ৰ’ট’কল আৰু পদ্ধতিসমূহৰ ত্ৰুটীসমূহ চিনাক্ত কৰিব।

আৰু এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ বাবে নিৰ্ধাৰিত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰত যিকোনো সুৰঙা চিনাক্ত কৰাকে ধৰি হ্ৰস্ব আৰু দীৰ্ঘকালীন ব্যৱস্থাৰ পৰামৰ্শ দিব।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ঘটনাটোৰ এক উচ্চস্তৰীয় তদন্তৰ বাবে বৃহস্পতিবাৰে নিৰ্দেশ দিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক এক তদন্ত কৰি ১৫দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

বাঘজানৰ ৫নং খাদত সংঘটিত অগ্নিকাণ্ডত দুজন অগ্নিনিৰ্বাপন কৰ্মীয়ে জীৱন হেৰুওৱাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ পৰা কেইবা হাজাৰ মানুহ স্থানান্তৰিত কৰা হৈছে।

খাদটোত সংঘটিত বিস্ফোৰণটো ইমানেই প্ৰচণ্ড আছিল যে ৩০ কি.মি.তকৈয়ো অধিক দূৰত্বৰ পৰা বহু মিটাৰ উচ্চতালৈকে ডাঠ, ক’লা ধোঁৱা ওলাই থকা দেখা পোৱা গৈছে।

খাদটোত কৰ্তব্যত অৱহেলাৰ অভিযোগত অইলৰ দুজন বিষয়াক নিলম্বিত কৰা হৈছে।

লগতে খাদটোৰ ব্যক্তিগত অপাৰেটৰ জন এনাৰ্জি প্ৰাইভেট লিমিটেডলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে।

ৰূপা সৰকাৰ

ৰূপা সৰকাৰ

Stay Connected

  • 117k Fans

Recent News

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

September 7, 2025 7:15 am
ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

September 7, 2025 6:30 am
ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

September 7, 2025 7:15 am
ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

September 7, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd