• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থাপন কৰা হ’ব আৰু অধিক মেডিকেল কলেজ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2019 6:38 am
9-4-750x375

প্ৰতিনিধিত্বমূলক ফটো

1.5k
VIEWS
Share on FacebookShare on Twitter

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আৰু অধিক মেডিকেল কলেজ স্থাপন কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে এই মেডিকেল কলেজ সমূহৰ মুঠ ব্যয়ৰ ৯০ শতাংশ ধন বহন কৰিব।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি অসমৰ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই এই কথা সদৰী কৰিছে।

‘’কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক আঁচনিৰ অধীনত নতুন মেডিকেল কলেজসমূহ স্থাপন কৰা হ’ব,’’- বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

‘’সমূদায় ব্যয়ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহে ইয়াৰ ১০ শতাংশ ধন ব্যয় কৰিব,’’-বিষয়াগৰাকীয়ে লগতে কয়।

বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে আন ৰাজ্যবোৰত যিবোৰ নতুন মেডিকেল কলেজ স্থাপন কৰা হ’ব তাত কেন্দ্ৰই মুঠ ব্যয়ৰ ৬০ শতাংশ ধন বহন কৰিব।

‘’বৰ্তমান আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবোৰ ৰাজ্যই নিকট ভৱিষ্যতে মেডিকেল কলেজ লাভ কৰিব,’’-বিষয়াগৰাকীয়ে জনায়।

বৰ্তমান অসমত গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ. যোৰহাট, তেজপুৰ আৰু বৰপেটাকে ধৰি মুঠ ছয়খন মেডিকেল কলেজ আছে।

তদুপৰি, বৰ্তমান ধুবুৰী, লখিমপুৰ, নগাঁও আৰু ডিফুত মেডিকেল কলেজ নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰ কামকাজ ২০২০-২১ বৰ্ষৰ পৰা আৰম্ভ হ’ব।

Recent News

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

‘মই কৈছো, লিখি থওক…’, বিহাৰ নিৰ্বাচনক লৈ প্ৰশান্ত কিশোৰৰ বিস্ফোৰক দাবী

‘মই কৈছো, লিখি থওক…’, বিহাৰ নিৰ্বাচনক লৈ প্ৰশান্ত কিশোৰৰ বিস্ফোৰক দাবী

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd