• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰষুণৰ আনন্দ আই পি এলৰ উত্তেজনাত চুইগিত বিক্ৰী হ’ল ২৪২৩ পেকেট কণ্ডম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2023 6:30 pm
1.7k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে বৰষুণৰ বাবে বাতিল কৰা হয় আই পি এলৰ চূড়ান্ত খেলখন। সোমবাৰে চেন্নাই আৰু গুজৰাটৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন চাবলৈ বহু সংখ্যক ভাৰতীয়ই আগ্ৰহেৰে অপেক্ষা কৰি আছিল।

চেন্নাইৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে টছত জয়লাভ কৰি বল কৰাৰ সিদ্ধান্ত লয়। সময় মতে গুজৰাটৰ বেটিং শেষ হয় যদিও চেন্নাইয়ে বেটিং কৰিবলৈ ওলাই অহাৰ পিছত পুনৰ বৰষুণ দিবলৈ আৰম্ভ কৰে। এই বৰষুণ বহু সময় ধৰি দিয়ে। বৰষুণ শেষ হোৱালৈ অপেক্ষা কৰি উত্তেজিত হৈ পৰে ক্ৰিকেট প্ৰেমীসকল।

এনে উত্তেজনাৰ পৰিস্থিতিত খাদ্য যোগান কোম্পানী ‘ছুইগি’ৰ এটা টুইটক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত হঠাতে হুলস্থুলৰ সৃষ্টি হয়। টুইটাৰত ছুইগিয়ে শ্বেয়াৰ কৰিলে এক বিশেষ সমীক্ষা। 

সোমবাৰে নিশা ছুইগিয়ে টুইটত লিখিলে, “এতিয়ালৈকে ছুইগিৰ ইনষ্টাগ্ৰামত ২৪২৩ পেক কণ্ডম বিক্ৰী হৈছে। দেখা গৈছে যে খেলপথাৰত ২২ জনতকৈ বেছি খেলুৱৈ আছে।”

ছুইগিৰ এই টুইটে ছচিয়েল মিডিয়াত যথেষ্ট আমোদৰ সৃষ্টি কৰিছিল। পোষ্টটোৰ তলত এজন নেটিজেনে লিখিছে, “অকলে থকাসকলে কি কৰিব?” আন এজনে লিখিছে, “কিমান মানুহে খেলিছে সেয়া ডাঙৰ কথা নহয়, সত্যটো হ’ল তেওঁলোকে নিৰাপদে খেলি আছে।” 

উল্লেখ্য যে চুইগি, জ’মাটৰ দৰে এই এপবোৰ দিনক দিনে জনপ্ৰিয় হৈ পৰিছে। গ্ৰাহকক যিমান পাৰি সোনকালে প্ৰয়োজনীয় বস্তু কোনে যোগান ধৰিব পাৰিব সেই লৈ এই এপসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলি আছে।

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd