• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছৰ বাবে আফ্ৰিকাত অতিকমেও ৩ লাখ লোকৰ মৃত্যু হ’ব; ৰাষ্ট্ৰসংঘৰ শংকা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2020 8:00 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

25.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ বাবে আফ্ৰিকান দেশ সমূহত হ’ব পৰা ভয়াবহ ক্ষতিৰ পূৰ্বানুমান কৰিছে  ৰাষ্ট্ৰসংঘয়।

ৰাষ্ট্ৰসংঘৰ ইকোনোমিক কমিশ্যন ফৰ আফ্ৰিকাই দাঙি ধৰা তথ্য অনুসৰি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে আফ্ৰিকাত অতিকমেও ৩ লাখ লোকৰ মৃত্যু হ’ব আৰু আফ্ৰিকান দেশসমূহত ২,৯ কোটি লোক ভয়াবহ দৰিদ্ৰতাৰ কৱলত পৰিব।

আনহাতে, আফ্ৰিকান দেশসমূহৰ জনসাধাৰণক এই ভয়াবহ সমস্যাৰ পৰা উদ্ধাৰৰ বাবে বৰ্তমান ১০০ বিলিয়ন ডলাৰ অৰ্থ সাহায্যৰ প্ৰয়োজন বুলিও সংস্থাটোৱে উল্লেখ কৰে।

আফ্ৰিনাক দেশসমূহৰ নাগৰিকৰ স্বাস্থ্য আৰু অৰ্থনৈতিক নিশ্চয়তাৰ বাবেই এই বৃহৎ পৰিমানৰ অৰ্থ সাহায্যৰ প্ৰয়োজন হৈছে বুলি সংস্থাটোৱে লগতে জনায়।

উল্লেখযোগ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই আফ্ৰিকান দেশসমূহলৈ ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী সমূহ প্ৰেৰণ কৰি আহিছে।

আফ্ৰিকাই কিছু বছৰ পূৰ্বে ইবোলা মহামাৰীৰ কৱলৰ পৰা মুৰ দাঙি উঠিছে এনে সময়ত ক’ৰ’না ভাইৰাছে আফ্ৰিকা মহাদেশত সংহাৰী ৰূপ ল’লে আফ্ৰিকাত দৰিদ্ৰতাই চৰম ৰূপ ধাৰণ কৰিব বুলি শংকা প্ৰকাশ কৰা হৈছে।

Tags: COVID-19

Recent News

বিশেষ ছাত্ৰ কাৰ্যসূচীৰ মাজেৰে নৱাগত শিক্ষাৰ্থীক আদৰণি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ

বিশেষ ছাত্ৰ কাৰ্যসূচীৰ মাজেৰে নৱাগত শিক্ষাৰ্থীক আদৰণি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ

আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব ৰাহুল গান্ধী! কংগ্ৰেছ নেতাক নিমন্ত্ৰণৰ চিন্তা মোহন ভাগৱতৰ

আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব ৰাহুল গান্ধী! কংগ্ৰেছ নেতাক নিমন্ত্ৰণৰ চিন্তা মোহন ভাগৱতৰ

 বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

 বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd