• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্ষণৰ গোচৰত চিনেমা পৰিচালক হাৰ্ভি : প্ৰমাণিত হ’ল অপৰাধ

সোমবাৰৰ ৰায়দানৰ পিছত অভিযোগকাৰী তথা ধৰ্ষণৰ বলি হোৱা মডেলগৰাকীয়ে কয় যে, “২০১৩ চনৰ সেই নিশা হাৰ্ভিয়ে মোৰ জীৱনৰ এটা ডাঙৰ অংশ ধ্বংস কৰি পেলালে। যি মই কেতিয়াও ঘূৰাই নাপাম।”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2022 8:53 am
121
VIEWS
Share on FacebookShare on Twitter

হলিউডৰ চিনেমা প্ৰযোজক হাৰ্ভি ৱেইনষ্টাইনৰ বিৰুদ্ধে পুনৰ ধৰ্ষণ আৰু দুটা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী ইটালিয়ান মডেলে তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল।

উল্লেখ্য যে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ এখন আদালতত এমাহতকৈ অধিক সময় চলি থকা এই বিচাৰত হাৰ্ভিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ শুদ্ধ বুলি প্ৰমাণিত হৈছিল।

খবৰ অনুসৰি সোমবাৰৰ ৰায়দান আছিল হাৰ্ভিৰ বিৰুদ্ধে দ্বিতীয় ৰাউণ্ডৰ প্ৰমাণ। ‘Me Too’ আন্দোলনৰ আটাইতকৈ ডাঙৰ মুখ হিচাপে পৰিগণিত হোৱা হাৰ্ভে ইতিমধ্যে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অপৰাধত ২৩ বছৰৰ কাৰাদণ্ড ভুগি আছে।

সোমবাৰৰ ৰায়দানৰ পিছত অভিযোগকাৰী তথা ধৰ্ষণৰ বলি হোৱা মডেলগৰাকীয়ে কয় যে, “২০১৩ চনৰ সেই নিশা হাৰ্ভিয়ে মোৰ জীৱনৰ এটা ডাঙৰ অংশ ধ্বংস কৰি পেলালে। যি মই কেতিয়াও ঘূৰাই নাপাম।” হাৰ্ভিৰ অধিবক্তাই তেওঁক সোধা-পোছা কৰি এক নাৰকীয় পৰিৱেশৰ সৃষ্টি কৰা বুলিও তেওঁ অভিযোগ কৰে।

তথ্যচিত্ৰ নিৰ্মাতা জেনিফাৰ ছিবেল নিউছমে এই সন্দৰ্ভত কয় যে হাৰ্ভিয়ে কেতিয়াও যেন আন এগৰাকী মহিলাক ধৰ্ষণ নকৰে।

Recent News

দেশত কৰ’নাত নতুনকৈ ৭ জনৰ মৃত্যু; কোভিড আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে প্ৰায় ৩ হাজাৰ

দেশত কৰ’নাত নতুনকৈ ৭ জনৰ মৃত্যু; কোভিড আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে প্ৰায় ৩ হাজাৰ

প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলন, কৰ্ণাটকত মৃত্যুৰ সংখ্যা ৭৫ জনলৈ লৈ বৃদ্ধি

প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলন, কৰ্ণাটকত মৃত্যুৰ সংখ্যা ৭৫ জনলৈ লৈ বৃদ্ধি

সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি! প্ৰাক্তন বিধায়কক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি! প্ৰাক্তন বিধায়কক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

সামাজিক মাধ্যমত চিনাকী হৈ যৌন সম্পৰ্ক : তাৰপিছত নৌসেনাৰ গোপন তথ্য পাকিস্তানী এজেন্টক, গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ অভিযন্তা

সামাজিক মাধ্যমত চিনাকী হৈ যৌন সম্পৰ্ক : তাৰপিছত নৌসেনাৰ গোপন তথ্য পাকিস্তানী এজেন্টক, গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ অভিযন্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd