• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰত বিজেপিৰ ডাৱৰ আঁতৰা নাই : গোৰ্খাই বিজেপিক ভোট নিদিয়ে বুলি ক’লে আৰ পিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2019 12:11 pm
102614776_ramprasadsarmahmp_fb-1140x570

তেজপুৰৰ সাংসদ আৰ পি শৰ্মা। ফাইল ফটো

748
VIEWS
Share on FacebookShare on Twitter

এইবাৰ গোৰ্খা সমাজে বিজেপিক ভোট নিদিয়ে। দেওবাৰে তেজপুৰত এই মন্তব্য সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ। সাংবাদিকৰ আগত সাংসদগৰাকীয়ে লগতে এইবাৰ লোকসভাৰ নিৰ্বাচনত বিজেপিৰ আসন কমিব বুলিও মন্তব্য কৰে।

সাংসদ আৰ পি শৰ্মাই দাবী কৰে যে এইবাৰ গোৰ্খা জনগোষ্ঠী অসন্তুষ্ট হোৱাৰ লগতে ক্ষুব্ধও হৈ আছে। ৰাজনীতি শিকিব লাগিলে শোণিতপুৰৰ গোৰ্খা সমাজৰ পৰা শিকিব লাগে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক  নচুৱালে বুলিও দাবী কৰে।

অসমৰ প্ৰত্যেকখন জিলাৰ সদৰতে ড০ হিমন্ত বিশ্ব শৰ্মাই নাচিব লাগিব বুলি কটাক্ষ কৰি সাংসদ শৰ্মাই কয় ‘নেডা এতিয়া পানীত, ব্ৰহ্মপুত্ৰত উটি গ’ল।‘

সাংসদগৰাকীয়ে হিমন্তই তেজপুৰক লৈ ব্যস্ত থকা বুলি উল্লেখ কৰি হিমন্তৰ নৃত্যক জালুকবাৰীৰ ভাংৰা বুলি তৰল মন্তব্য কৰে। তেওঁ লগতে ৰমেন ডেকা, ৰাজেন গোহাঁই, কামাখ্যা প্ৰসাদ তাচা আৰু তেওঁৰ প্ৰাৰ্থিত্ব কৰ্তনৰ প্ৰভাৱ নিৰ্বাচনত পৰিব বুলি সদৰী কৰে।

আনহাতে, হিমন্তৰ ললীপপ আৰ পি শৰ্মাই নাখায় বুলি সদৰী কৰি টিকট বঞ্চিত সাংসদগৰাকীয়ে কয়,‘’আৰ পি শৰ্মাৰ তেজ গোৰ্খাৰ তেজ, যাৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মা নাচিবলৈ বাধ্য হৈছে।‘’

 

Tags: নিৰ্বাচন ২০১৯

Recent News

গুজৰাটৰ উপ-নিৰ্বাচন : বিছাৱদাৰ সমষ্টিৰ পৰা জয় লাভ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ

গুজৰাটৰ উপ-নিৰ্বাচন : বিছাৱদাৰ সমষ্টিৰ পৰা জয় লাভ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ

নিৰ্মম! মুম্বাইৰ জাবৰ পেলোৱা ঠাইত গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী ৬০ বছৰীয়া বৃদ্ধা

নিৰ্মম! মুম্বাইৰ জাবৰ পেলোৱা ঠাইত গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী ৬০ বছৰীয়া বৃদ্ধা

কি কি পিন্ধি যাব পাৰিব আৰু কি কি পিন্ধি যাব নোৱাৰিব : মন্দিৰত প্ৰৱেশৰ বাবে সাজ-পাৰ নিৰ্দ্ধাৰণ কৰি দিলে কৰ্তৃপক্ষই

কি কি পিন্ধি যাব পাৰিব আৰু কি কি পিন্ধি যাব নোৱাৰিব : মন্দিৰত প্ৰৱেশৰ বাবে সাজ-পাৰ নিৰ্দ্ধাৰণ কৰি দিলে কৰ্তৃপক্ষই

হিন্দু বঙালীক ‘বিজেপিৰ ভোটাৰ’ কৰাৰ ষড়যন্ত্ৰ ৰচিছে হিমন্ত চৰকাৰে : মীৰা বৰঠাকুৰ

হিন্দু বঙালীক ‘বিজেপিৰ ভোটাৰ’ কৰাৰ ষড়যন্ত্ৰ ৰচিছে হিমন্ত চৰকাৰে : মীৰা বৰঠাকুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd