• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০ কোটি টকা জীৱনপণ, অন্যথা হত্যা! মুকেশ আম্বানীক হত্যাৰ ভাবুকি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2023 4:13 pm
Mukesh Ambani
1.8k
VIEWS
Share on FacebookShare on Twitter

দেশৰ আটাইতকৈ ধনৱন্ত ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীলৈ আহিছে মৃত্যুৰ ভাবুকি। এক মেইলযোগে অচিনাক্ত ব্যক্তিয়ে এই ভাবুকি প্ৰেৰণ কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি ভাবুকি প্ৰদান কৰা ব্যক্তিগৰাকীয়ে আম্বানীৰ জীৱনপণ হিচাপে দাবী কৰিছে ২০ কোটি টকা।

লগতে এই হত্যাকাণ্ডক ফলৱৰ্তী কৰিব পৰাকৈ দেশৰ শ্ৰেষ্ঠ শ্বুটাৰ তেওঁলোকৰ ওচৰত আছে বুলি দাবী কৰিছে ভাবুকি প্ৰেৰকে।

ভাবুকিপূৰ্ণ ইমেইলটোত কোৱা হৈছে, “আপুনি যদি আমাক ২০ কোটি টকা নিদিয়ে তেন্তে আমি আপোনাক হত্যা কৰিম। আমাৰ ওচৰত ভাৰতৰ শ্ৰেষ্ঠ শ্বুটাৰ আছে।”

২৭ অক্টোবৰত ছাদাব খান নামৰ এজন ব্যক্তিয়ে এই ভাবুকি প্ৰেৰণ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীয়ে লগতে কয় যে আম্বানীৰ মুম্বাইৰ বাসগৃহ এন্টিলিয়াৰ নিৰাপত্তাৰক্ষীয়ে মৃত্যুৰ ভাবুকি সম্পৰ্কে প্ৰকাশ কৰাৰ পিছত অভিযোগ দাখিল কৰা হৈছে।

মুম্বাইৰ গামদেৱী আৰক্ষীয়ে আই পি চিৰ ৩৮৭ আৰু ৫০৬ (২) ধাৰাত অচিনাক্ত ব্যক্তিৰগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্যে যে, মুকেশ আম্বানীলৈ এইদৰে মৃত্যুৰ ভাবুকি এয়াই প্ৰথম নহয়। যোৱা বছৰো আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সদস্যক হত্যা কৰা হ’ব বুলি এক ভাবুকি আহিছিল।

এক ফোনকল যোগে প্ৰদান কৰা হৈছিল এই ভাবুকি। ইয়াৰ পিছতে তাৎক্ষণিক তদন্তৰ পিছত মুম্বাই আৰক্ষীয়ে বিহাৰৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে ২০২১ চনত দক্ষিণ মুম্বাইত আম্বানীৰ বাসগৃহৰ ওচৰত এখন বিস্ফোৰক ভৰ্তি এছ ইউ ভি উদ্ধাৰ হৈছিল।

Recent News

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd