• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেলেষ্টাইনত ভাৰতীয় ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2022 7:31 am
India's Palestine Envoy Found Dead
247
VIEWS
Share on FacebookShare on Twitter

পেলেষ্টাইনস্থিত ভাৰতীয় মিছনৰ ভিতৰত দেওবাৰে ভাৰতীয় ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অভিজ্ঞ কূটনীতিবিদ জনৰ কিদৰে মৃত্যু হয় এই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কূটনীতিবিদজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। “ৰামাল্লাত ভাৰতৰ প্ৰতিনিধি মুকুল আৰ্যৰ মৃত্যুৰ বিষয়ে জানি গভীৰভাৱে হতবাক হৈছো।”—এটা টুইট যোগে জয়শংকৰে কয়।

আনহাতে কৰ্মক্ষেত্ৰতে মৃত্যু হোৱা ৰাষ্ট্ৰদূতজনৰ মৃত্যুত পেলেষ্টাইনৰ শীৰ্ষ নেতৃত্বয়ো শোক প্ৰকাশ কৰিছে। পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ৰাষ্ট্ৰদূত আৰ্যৰ মৃত্যুৰ বাতৰিটো পাই মন্ত্ৰালয় অতি আচৰিত আৰু হতবাক হৈ পৰিছে।

পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰী ৰিয়াদ আল-মালিকীয়ে ভাৰতীয় বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে যোগাযোগ কৰি তেওঁৰ জৰিয়তে ভাৰত চৰকাৰৰ লগতে আৰ্যৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে বুলিও মন্ত্ৰালয়ে সদৰি কৰিছে।

লগতে আৰ্যৰ মৃতদেহ ভাৰতলৈ কঢ়িয়াই অনাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিছে বুলিও মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে মৃত মুকুল আৰ্যই মস্কোৰ কাবুলত থকা ভাৰতীয় দূতাবাসৰ লগতে দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ত সেৱা আগবঢ়াইছিল।

তেওঁ পেৰিছত ইউনেস্কোত ভাৰতৰ স্থায়ী প্ৰতিনিধি দলৰো অংশীদাৰ আছিল।

Recent News

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd