• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুৰ্ছিদাবাদৰ সংঘৰ্ষঃ বিশেষ তদন্তকাৰী গোট গঠন সন্দৰ্ভত আবেদন উচ্চতম ন্যায়ালয়ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2025 6:59 pm
123
VIEWS
Share on FacebookShare on Twitter

সংশোধিত ৱাকফ আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই বিতৰ্কিত আইন খনৰ বিৰুদ্ধে মুৰ্ছিদাবাদৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। ইতিমধ্যে ২০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহু এফআইআৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে। মুৰ্ছিদাবাদৰ পৰিস্থিতি সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ে এক বিবৃতি প্ৰকাশ কৰিছে।

জানিব পৰা মতে, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা শশংক শেখৰ ঝাই সোমবাৰে মুৰ্ছিদাবাদত এই গোচৰ ৰুজু কৰিছে। আৱেদনখনত উল্লেখ কৰা হৈছে যে কেৱল কলকাতা উচ্চ ন্যায়ালয়েই নহয়, উচ্চতম ন্যায়ালয়েও সাধাৰণ মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কেন্দ্ৰীয় বাহিনীয়ে মুৰ্ছিদাবাদত শান্তি ঘূৰাই আনিছে। এনে পৰিস্থিতিত অধিবক্তা শশাংক শেখৰ ঝাই উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত তদন্তৰ বাবে এখন বিচাৰপীঠ গঠনৰ দাবীত এখন আৱেদন দাখিল কৰিছে।  এই আবেদন সন্দৰ্ভত এতিয়াও উচ্চতম ন্যায়ালয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ৱাকফ আইনৰ প্ৰতিবাদত যোৱা শুকুৰবাৰৰ পৰা মুৰ্ছিদাবাদৰ চুটি আৰু সমশ্বেৰগঞ্জকে ধৰি কেইবাটাও অঞ্চলত সংঘৰ্ষৰ সৃষ্টি হৈছে। যদিও পৰিস্থিতি ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছে। কিন্তু আতংক এতিয়াও অব্যাহত আছে। লগতে উচ্চতম ন্যায়ালয়ত অশান্তি ৰোধ কৰাৰ লগতে জীৱন-সম্পত্তিৰ সুৰক্ষাৰ বাবেও আবেদন জনাইছে। এই আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য যে প্ৰাৰম্ভিক খবৰ অনুসৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীসকল প্ৰত্যক্ষভাৱে এই মুৰ্ছিদাবাদৰ হিংসাৰ সৈতে জড়িত বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সূত্ৰই সদৰী কৰিছে।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd