• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভদ্ৰলোকৰ খেল ক্ৰিকেটত বাংলাদেশী ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমৰ অভদ্ৰামি; ভাইৰেল ভিডিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2020 8:55 am
465
VIEWS
Share on FacebookShare on Twitter

ভদ্ৰলোকৰ খেল বুলি ক্ৰিকেটক কোৱা হয় যদিও বাংলাদেশৰ ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমৰ অভদ্ৰামিয়ে এতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰ চৰ্চা লাভ কৰিছে।

মুছফিকুৰ ৰহিমে ঘৰুৱা টি-২০ টুৰ্ণামেণ্ট (বংগবন্ধু টি-২০ টুৰ্ণামেণ্ট)ত তেওঁৰ এগৰাকী সহযোগী খেলুৱৈক ফিল্ডৰ ভিতৰতেই চৰ মৰাৰ চেষ্টা কৰে।

ইতিমধ্যে ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত স্পষ্টভাৱে দেখিবলৈ পোৱা যায় যে বংগবন্ধু টি-২০ টুৰ্ণামেণ্টৰ বেক্সিমকো ঢাকাৰ অধিনায়ক মুছফিকুৰ ৰহিমে নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি সহযোগী ক্ৰিকেটাৰ নাছুম আহমেদক খেলপথাৰতেই চৰোৱাৰ বাবে হাত দাঙে।

আচলতে এটা কেচৰ বাবে যাওতে নাছুম আৰু মুছফিকুৰৰ মাজত ভুল বুজাবুজি হৈ পৰস্পৰে পৰস্পৰক সাধাৰণভাৱে খুন্দিয়াই। অৱশ্যে কেচটো মুছফিকুৰে লয় যদিও এই কথাত ক্ষুভিত হৈ তেওঁ নাছুমক মাৰিবলৈ হাত দাঙে।

ভিডিঅ’টোত স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায় যে মুছফিকুৰে মাৰিবলৈ হাত উঠায়, হয়তো লগে লগে অনুভৱ কৰিছিল যে তেওঁ এয়া ভুল কৰিছে আৰু সেয়ে তৎক্ষণাৎ নিজকে নিয়ন্ত্ৰণ কৰি লয়।

 

Calm down, Rahim. Literally. What a chotu 🐯🔥

(📹 @imrickyb) pic.twitter.com/657O5eHzqn

— Nikhil 🏏 (@CricCrazyNIKS) December 14, 2020

ইয়াৰ পিছত মুছফিকুৰে নিজৰ সহযোগী ক্ৰিকেটাৰ গৰাকীক বুজোৱাও পৰিলক্ষিত হয়।

ঘটনাটোৰ ভিডিঅ’ টুইটাৰত যথেষ্ট ভাইৰেল হৈছে।

উল্লেখ্য যে বাংলাদেশৰ এইগৰাকী খেলুৱৈ প্ৰায়ভাগেই বিতৰ্কৰ মাজত সোমাই থাকে।

ফিল্ডত বিভিন্ন নৃত্য তথা অন্য কামৰ বাবে জনাজাত মুছফিকুৰে এইবাৰ এজন নিজৰেই সহযোগী ক্ৰিকেটাৰক মাৰিবলৈ উদ্যত হোৱা কাৰ্যক বিভিন্ন লোকে সমালোচনা কৰিছে।

Recent News

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

গভীৰ অৰণ্যৰ মাজত দলিত মহিলাক দলবদ্ধ ধৰ্ষণ! পুনৰ বিজেপিশাসিত ৰাজ্যত নাৰী সুৰক্ষাক লৈ প্ৰশ্ন

গভীৰ অৰণ্যৰ মাজত দলিত মহিলাক দলবদ্ধ ধৰ্ষণ! পুনৰ বিজেপিশাসিত ৰাজ্যত নাৰী সুৰক্ষাক লৈ প্ৰশ্ন

মোহালীৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ! দুজনৰ মৃত্যু, চাৰিজন আহত

মোহালীৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ! দুজনৰ মৃত্যু, চাৰিজন আহত

বিহাৰৰ খচৰা নিৰ্বাচনী তালিকাৰ পৰা ৬৫ লাখ ভোটাৰৰ নাম প্ৰত্যাহাৰঃ ব্যক্তিগত কাৰণ বিচাৰি কৰা আবেদনৰ উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে

বিহাৰৰ খচৰা নিৰ্বাচনী তালিকাৰ পৰা ৬৫ লাখ ভোটাৰৰ নাম প্ৰত্যাহাৰঃ ব্যক্তিগত কাৰণ বিচাৰি কৰা আবেদনৰ উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd