• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেবক লৈ অসন্তুষ্ট মুছলমান দেশ; পাকিস্তানৰ সৈতে একেশাৰীতে ৰখাত প্ৰশ্ন আফগানিস্তানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2019 4:30 pm
3-555_090919113906_121219111942 6

নৰেন্দ্ৰ মোদী-অমিত শ্বাহ। ফাইল ফটো

721
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯ বুধবাৰে ৰাজ্যসভাত গৃহীত হয়। বিধেয়কখনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বাবে ভাৰতলৈ অহা সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে।

বিধেয়কখন গৃহীত হোৱাৰ পাছতে তিনিওখন দেশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তদুপৰি, মুছলমান দেশৰ সংবাদ মাধ্যমতো বিধেয়কখন সন্দৰ্ভত চৰ্চা চলিছে।

পাকিস্তানে নাগৰিকত্ব সংশোধনী বিধেয়কখনে দুয়োখন দেশৰ সকলো দ্বিপাক্ষিক চুক্তিক সম্পূৰ্ণৰূপে উলংঘন কৰিছে।

ইপিনে, বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মেমনে কয় যে ইয়ে ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ছবিখনত আঘাত কৰিব।

বাংলাদেশত সংখ্যালঘু হিন্দুসকল নিৰ্যাতিত হোৱাৰ প্ৰশ্নত মেমনে গৃহ মন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি স্পষ্ট কৰি দিয়ে যে বাংলাদেশৰ দৰে এনে বহু কম দেশ আছে য’ত সাম্প্ৰদায়িক সম্প্ৰীতি অটুট আছে।

তেওঁ কয় যে অমিত শ্বাহে যদি কেইমাহমান বাংলাদেশত থাকে তেতিয়াহ’লে তেওঁ আমাৰ দেশৰ সাম্প্ৰদায়িক একতাৰ কথা জানিব পাৰিব।

মেমনে কয় যে দুয়োখন দেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটা কোনো কাম ভাৰতে নকৰে বুলি বাংলাদেশে আশা কৰে।

আনহাতে, আফগানিস্তানৰ ৰাষ্ট্ৰদূতেও বিধেয়কখনক লৈ আপত্তি দৰ্শাইছে। আফগানিস্তানে কৈছে যে ই এনে এখন দেশ যাৰ চৰকাৰে সংখ্যালঘুসকলৰ সৈতে ভেদভাৱ নকৰে।

সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত কয় যে আফগানিস্তানক পাকিস্তানৰ দৰে দেশৰ শাৰীত ৰাখিব নোৱাৰি। সংখ্যালঘুৰ কথা ক’বলৈ গ’লে আফগানিস্তান চাৰি দশকজুৰি গৃহযুদ্ধত ব্যস্ত হৈ আছে আৰু যুদ্ধত কি হ’ব পাৰে সেয়া সহজেই অনুমেয়। আফগানিস্তানৰ সকলো নাগৰিক যুদ্ধ পীড়িত আৰু ইয়াত তেওঁলোকৰ ধৰ্মীয় পৰিচয়ৰ কোনো ভূমিকা নাই।

Recent News

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd