• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছ বিধায়কৰ আত্মীয়ৰ ফেইচবুক পোষ্টৰ পিছতে বাংগালুৰুত সাম্প্ৰদায়িক সংৰ্ঘষত : নিহত ৩

ৰক্তাক্ত সংঘৰ্ষৰ মাজতো গোটেই ৰাতি পহৰা দি একাংশ মুছলমান যুৱকে এটা মন্দিৰ ৰক্ষা কৰি দেখুৱালে সম্প্ৰীতিৰ নিৰ্দশন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2020 4:41 pm
human-chain
404
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ বিধায়ক শ্ৰীনিৱাস মূৰ্তিৰ এগৰাকী আত্মীয়ৰ এটা বিৰ্তকিত ফেইচবুক পোষ্টৰ পিছত কৰ্ণাটকৰ ৰাজধানী নগৰ বাংগালুৰু সাম্প্ৰদায়িক ৰণক্ষেত্ৰত পৰিণত হৈছে।

ৰাজধানী নগৰৰ কাভাল ৰবীন্দ্ৰ এলেকাৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষত তিনিজন লোক মৃত্যুৰ হোৱাৰ লগতে ৬০ জনৰো অধিক আৰক্ষী আহত হৈছে।

কংগ্ৰেছ বিধায়কজনৰ ভতিজাকে মংগলবাৰে কৰা এটা বিৰ্তকিত ফেইচবুক পোষ্টৰ পৰা সূত্ৰপাত হোৱা এই হিংসাত্মক কাণ্ডত উন্মত্ত লোকেই চহৰ ঠায়ে ঠায়ে অগ্নি সংযোগ, শিলগুটি নিক্ষেপ কৰাও পৰিলক্ষিত হয়।

ইফালে বিধায়কজনৰ বাসগৃহৰ সন্মুখত অসংখ্য লোক উপস্থিত হৈ প্ৰতিবাদ সাৱস্ত্য কৰাৰ লগতে তিনিখন বাহনত অগ্নিসংযোগ কৰে।

সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ মহানগৰখনতে প্ৰশাসনে ১৪৪ ধাৰা প্ৰয়োগ কৰে।

আনফালে এন আই এৰ এটা ভিডিঅ’ত একাংশ মুছলমান যুৱকে মানৱ শৃংখলেৰে উন্মত্ত জনতাৰ আক্ৰমণৰ পৰা এটা মন্দিৰ ৰক্ষা কৰা দেখা গৈছে। মুছলমান যুৱকসকলে গোটেই নিশা মন্দিৰটো পহৰা দিয়া দেখা গৈছে ভিডিঅ’টোত

#WATCH Karnataka: A group of Muslim youth gathered and formed a human chain around a temple in DJ Halli police station limits of Bengaluru city late last night, to protect it from arsonists after violence erupted in the area. (Video source: DJ Halli local) pic.twitter.com/dKIhMjQh96

— ANI (@ANI) August 12, 2020

ৰক্তাক্ত সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজতো প্ৰায় ৪০ গৰাকী মুছলমান যুৱকে উন্মত্ত জনতাৰ আক্ৰমণৰ পৰা এটা মন্দিৰ ৰক্ষা কৰি সম্প্ৰীতিৰ বিৰল দৃষ্টান্ত দেখুৱালে।

ইফালে উন্মত্ত লোকে স্থানীয় ডিজে হাল্লি আৰক্ষী থানাতো আক্ৰমণ কৰে। আৰক্ষীয়ে উন্মত্ত লোকক ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়।

গুলীচালনাত তিনিজন লোক নিহত হোৱাৰ লগতে একাংশ আৰক্ষীও আহত হয়।

আৰক্ষীয়ে এই পৰ্যন্ত বিতৰ্কিত ফেইচবুক পোষ্ট কৰা কংগ্ৰেছ বিধায়কজনৰ আত্মীয় গৰাকীসহ ১৬০ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Recent News

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd