• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যিকোনো চৰ্তত থাকিব লাগিব উপস্থিত! কুনাল কামৰাক তৃতীয়বাৰৰ বাবে চমন জাৰি মুম্বাই আৰক্ষীৰ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2025 2:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইমান সময় উকলি যোৱাৰ পাছতো কমেডিয়ান কুনাল কামৰাক লৈ বিতৰ্ক চলি আছে। একেৰাহে দুবাৰকৈ আৰক্ষীৰ চমন এৰাই চলাৰ পাছত সোমবাৰেও আৰক্ষীৰ এটা দলে কুনালৰ ঘৰত অভিযান চলায়। সেই ঘটনাৰ দুদিন পাছত মুম্বাই আৰক্ষীয়ে একেটা গোচৰতে তৃতীয়বাৰৰ বাবে কুনালক চমন জাৰি কৰিছিল। ততাতৈয়াকৈ তেওঁক সোধা-পোছাৰ বাবে থানাত কায়িকভাৱে হাজিৰ হ’বলৈ কোৱা হৈছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক উপহাস কৰি কুনাল বিতৰ্কত লিপ্ত হৈছিল। অভিযোগ অনুসৰি কমেডী শ্ব’ৰ সময়ত তেওঁ একনাথক পৰোক্ষভাৱে নাম উল্লেখ নকৰাকৈয়ে ‘দেশদ্ৰোহী’ বুলি অভিহিত কৰিছিল। এটা জনপ্ৰিয় হিন্দী গীতৰ লগতে শিণ্ডেৰ ভংগীমা অনুকৰণ কৰিলে কুনালে। ইয়াৰ সমান্তৰালকৈ তেওঁ কেন্দ্ৰৰ বিজেপি চৰকাৰক ‘তানাশাহি’ (একনায়কত্ববাদ) চলাইছে বুলিও সমালোচনা কৰে। ইয়াৰ পাছতে মুম্বাই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে তৃতীয়বাৰৰ বাবে কুনালক চমন কৰা হয়। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে দুবাৰকৈ কুনালক চমন জাৰি কৰা হৈছিল। ইয়াৰ উত্তৰত কুনালে কয় যে তেওঁৰ জীৱন বিপদত পৰিছে। কমেডিয়ানগৰাকীয়ে উপস্থিত হ’বলৈ ৩ এপ্ৰিললৈকে সময় বিচাৰিছিল।

সোমবাৰে তেওঁ হাজিৰ নোহোৱাৰ বাবেই তেওঁৰ ঘৰত উপস্থিত হয় আৰক্ষীৰ এটা দল। পিছদিনা তেওঁক আকৌ মাতি অনা হ’ল। জনোৱা হৈছে যে এইবাৰ যিকোনো চৰ্তত কুনাল থানাত হাজিৰ হ’ব লাগিব।

‘নয়া ভাৰত’ নামৰ অনুষ্ঠানত ভাৰতৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে কটু মন্তব্য কৰাৰ অভিযোগ কুনালৰ বিৰুদ্ধে। এই সন্দৰ্ভত থানাত কেইবাটাও অভিযোগ দাখিল কৰা হয়। শিৱসেনাৰ বিধায়কৰ অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। ভিডিঅ’টো ওলোৱাৰ লগে লগে কুনালে শিণ্ডেসেনাৰ ক্ৰোধৰ সন্মুখীন হ’ল। শিণ্ডে সেনাৰ কৰ্মী আৰু সমৰ্থকসকলে অনুষ্ঠানটো অনুষ্ঠিত হোৱা ষ্টুডিঅ’টোত প্ৰৱেশ কৰি ভাঙি ভাঙি লণ্ডভণ্ড কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছেও কুনালে শীঘ্ৰে ক্ষমা খুজিব লাগে বুলি দাবী জনায়। আনহাতে, ইতিমধ্যে সুৰক্ষা বিচাৰি আদালতৰ কাষ চাপিছে কুনালে। তেওঁৰ আগতীয়া জামিনৰ আবেদন মাদ্ৰাজ উচ্চ ন্যায়ালয়েও মঞ্জুৰ কৰিছে। ৭ এপ্ৰিললৈকে তেওঁক চৰ্তসাপেক্ষ সুৰক্ষা প্ৰদান কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

September 10, 2025 9:49 am
মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

September 10, 2025 8:52 am
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

September 10, 2025 8:10 am
WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

September 10, 2025 6:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

September 10, 2025 9:49 am
মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

September 10, 2025 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd