• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যিকোনো চৰ্তত থাকিব লাগিব উপস্থিত! কুনাল কামৰাক তৃতীয়বাৰৰ বাবে চমন জাৰি মুম্বাই আৰক্ষীৰ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2025 2:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইমান সময় উকলি যোৱাৰ পাছতো কমেডিয়ান কুনাল কামৰাক লৈ বিতৰ্ক চলি আছে। একেৰাহে দুবাৰকৈ আৰক্ষীৰ চমন এৰাই চলাৰ পাছত সোমবাৰেও আৰক্ষীৰ এটা দলে কুনালৰ ঘৰত অভিযান চলায়। সেই ঘটনাৰ দুদিন পাছত মুম্বাই আৰক্ষীয়ে একেটা গোচৰতে তৃতীয়বাৰৰ বাবে কুনালক চমন জাৰি কৰিছিল। ততাতৈয়াকৈ তেওঁক সোধা-পোছাৰ বাবে থানাত কায়িকভাৱে হাজিৰ হ’বলৈ কোৱা হৈছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক উপহাস কৰি কুনাল বিতৰ্কত লিপ্ত হৈছিল। অভিযোগ অনুসৰি কমেডী শ্ব’ৰ সময়ত তেওঁ একনাথক পৰোক্ষভাৱে নাম উল্লেখ নকৰাকৈয়ে ‘দেশদ্ৰোহী’ বুলি অভিহিত কৰিছিল। এটা জনপ্ৰিয় হিন্দী গীতৰ লগতে শিণ্ডেৰ ভংগীমা অনুকৰণ কৰিলে কুনালে। ইয়াৰ সমান্তৰালকৈ তেওঁ কেন্দ্ৰৰ বিজেপি চৰকাৰক ‘তানাশাহি’ (একনায়কত্ববাদ) চলাইছে বুলিও সমালোচনা কৰে। ইয়াৰ পাছতে মুম্বাই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে তৃতীয়বাৰৰ বাবে কুনালক চমন কৰা হয়। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে দুবাৰকৈ কুনালক চমন জাৰি কৰা হৈছিল। ইয়াৰ উত্তৰত কুনালে কয় যে তেওঁৰ জীৱন বিপদত পৰিছে। কমেডিয়ানগৰাকীয়ে উপস্থিত হ’বলৈ ৩ এপ্ৰিললৈকে সময় বিচাৰিছিল।

Apply Now

সোমবাৰে তেওঁ হাজিৰ নোহোৱাৰ বাবেই তেওঁৰ ঘৰত উপস্থিত হয় আৰক্ষীৰ এটা দল। পিছদিনা তেওঁক আকৌ মাতি অনা হ’ল। জনোৱা হৈছে যে এইবাৰ যিকোনো চৰ্তত কুনাল থানাত হাজিৰ হ’ব লাগিব।

‘নয়া ভাৰত’ নামৰ অনুষ্ঠানত ভাৰতৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে কটু মন্তব্য কৰাৰ অভিযোগ কুনালৰ বিৰুদ্ধে। এই সন্দৰ্ভত থানাত কেইবাটাও অভিযোগ দাখিল কৰা হয়। শিৱসেনাৰ বিধায়কৰ অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। ভিডিঅ’টো ওলোৱাৰ লগে লগে কুনালে শিণ্ডেসেনাৰ ক্ৰোধৰ সন্মুখীন হ’ল। শিণ্ডে সেনাৰ কৰ্মী আৰু সমৰ্থকসকলে অনুষ্ঠানটো অনুষ্ঠিত হোৱা ষ্টুডিঅ’টোত প্ৰৱেশ কৰি ভাঙি ভাঙি লণ্ডভণ্ড কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছেও কুনালে শীঘ্ৰে ক্ষমা খুজিব লাগে বুলি দাবী জনায়। আনহাতে, ইতিমধ্যে সুৰক্ষা বিচাৰি আদালতৰ কাষ চাপিছে কুনালে। তেওঁৰ আগতীয়া জামিনৰ আবেদন মাদ্ৰাজ উচ্চ ন্যায়ালয়েও মঞ্জুৰ কৰিছে। ৭ এপ্ৰিললৈকে তেওঁক চৰ্তসাপেক্ষ সুৰক্ষা প্ৰদান কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd