• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“মোৰ নাম চাভাৰকাৰ নহয়, গান্ধী; ক্ষমা নোখোজোঁ”: ৰাহুল গান্ধীৰ প্ৰত্যুত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2023 4:12 pm
Rahul Gandhi
174
VIEWS
Share on FacebookShare on Twitter

সাংসদ পদ কাৰিজৰ পিছতেই আজি শাসকীয় বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। নিজৰ মন্তব্যত এতিয়াও অটল কংগ্ৰেছ নেতাগৰাকীয়ে লগতে বিজেপিৰ আদৰ্শগত গুৰু চাভাৰকাৰৰ উদাহৰণ দি কেতিয়াও ক্ষমা নোখোজে বুলি স্পষ্ট কৰি দিয়ে।

কংগ্ৰেছ নেতাগৰাকীক বিজেপিয়ে ক্ষমা খুজিবলৈ দাবী জনোৱাৰ পিছত বিজেপিৰ দাবীৰ প্ৰতি সঁহাৰি দি গান্ধীয়ে কয়, “মোৰ নাম চাভাৰকাৰ নহয়, মই গান্ধী। মই ক্ষমা নোখোজোঁ।”

গান্ধীয়ে লগতে সংসদত তেওঁৰ পৰৱৰ্তী ভাষণৰ বাবে প্ৰধানমন্ত্ৰী মোদী শংকিত হৈছে ইয়াৰ বাবেই তেওঁক অযোগ্য ঘোষণা কৰা হৈছে বুলি দাবী কৰে। মোদীক লক্ষ্য কৰি গান্ধীয়ে কয়, “তেওঁৰ চকুত ভয় দেখা পাইছো। সেয়েহে তেওঁলোকে মই সংসদত কথা কোৱাটো নিবিচাৰে।”

ইফালে গান্ধীৰ কেম্ব্ৰিজ ভাষণক সমালোচনা কৰি তেওঁ দেশৰ আভ্যন্তৰীণ কাৰ্যত আন্তঃৰাষ্ট্ৰীয় শক্তিৰ হস্তক্ষেপ বিচৰা বুলি বিজেপিয়ে তোলা অভিযোগো অস্বীকাৰ কৰে ৰাহুল গান্ধীয়ে।

লণ্ডনত কৰা মন্তব্যক লৈ উত্থাপিত অভিযোগ সন্দৰ্ভত সদনৰ মজিয়াত উত্তৰ দিয়াৰ বাবে সুযোগ দিবলৈ অধ্যক্ষক অনুৰোধ জনোৱা বুলিও তেওঁ মন্তব্য কৰে।

গান্ধীয়ে লগতে কয় যে তেওঁ মাত্ৰ এটা পথতেই খোজ আগবঢ়াইছে আৰু সেয়া হৈছে সত্যৰ বাবে যুঁজ দি দেশৰ গণতান্ত্ৰিক স্বৰূপ ৰক্ষা কৰা।

“মোক আজীৱন সংসদত অযোগ্য কৰি দিয়া হওক, মোক আজীৱন কাৰাগাৰত ভৰাই থোৱা হওক, তথাপি মই আগবাঢ়ি যাম” বুলিও হুংকাৰ দিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd