• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম্যানমাৰত সেনা-বিদ্ৰেহীৰ মাজত তুমুল সংঘৰ্ষ; হাজাৰ হাজাৰ লোকৰ ভাৰতলৈ পলায়ন, সোমাইছে মিজোৰামত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2023 9:13 am
প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

874
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰৰ সংখ্যালঘু জনগোষ্ঠীয় বিদ্ৰোহী আৰু দেশখনৰ সামৰিক বাহিনীৰ মাজত তীব্ৰ সংঘৰ্ষ অব্যাহত আছে। এই সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। স্থানীয় বাসিন্দা, বিদ্ৰোহী সংগঠন আৰু চৰকাৰী বিষয়াই জনোৱা মতে, সংঘাতৰ পিছৰে পৰা বহু মানুহ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছে।

বাতৰি অনুসৰি, ম্যানমাৰৰ সংঘৰ্ষৰ ফলত প্ৰায় ২০০০ লোক সীমান্তৰে আহি মিজোৰামত প্ৰৱেশ কৰিছে।  

সোমবাৰে সংখ্যালঘু জনগোষ্ঠীয় বিদ্ৰোহীয়ে ম্যানমাৰৰ নিৰাপত্তা বাহিনীৰ কেইবাটাও চেকপইণ্টত আক্ৰমণ চলায়। বিদ্ৰোহী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ দুটা নতুন ফ্ৰণ্টলৈ বিয়পি পৰিছে।

২০২১ চনত অভ্যুত্থানেৰে ক্ষমতালৈ অহাৰ পিছত শেহতীয়াকৈ ম্যানমাৰৰ সামৰিক জুন্টাই আটাইতকৈ ডাঙৰ সংকটৰ সন্মুখীন হৈছে। দেশৰ তিনিটা সংখ্যালঘু জনগোষ্ঠীয় বিদ্ৰোহী সংগঠনৰ সদস্যই যোৱা মাহৰ শেষৰ ফালে জুন্টা বাহিনীৰ বিৰুদ্ধে সমন্বিত আক্ৰমণ আৰম্ভ কৰিছিল। ইতিমধ্যে নিৰাপত্তা বাহিনীক পৰাস্ত কৰি কিছু নগৰ আৰু সামৰিক চকী দখলো কৰিছে।

উল্লেখ্য যে সংখ্যালঘু জনগোষ্ঠীয় বিদ্ৰোহী আৰু সামৰিক বাহিনীৰ সংঘাতৰ বাবে দেশৰ ভৌগোলিক অখণ্ডতা বিপদত পৰিছে। যোৱা সপ্তাহত দেশখনৰ সামৰিক নিযুক্তিপ্ৰাপ্ত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিদ্ৰোহক ফলপ্ৰসূভাৱে মোকাবিলা কৰিব নোৱাৰাৰ বাবে ম্যানমাৰ খণ্ড-বিখণ্ড হোৱাৰ আশংকা আছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd