• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰমে খোপনি হেৰুৱাইছে জুন্টাই! ম্যানমাৰৰ তিনিশৰো অধিক সামৰিক ঘাটি দখল বিদ্ৰোহীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2023 2:47 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৭ অক্টোবৰত ম্যানমাৰৰ উত্তৰ শ্বান প্ৰদেশত ১০২৭ অভিযান আৰম্ভ হোৱাৰ পিছত বিদ্ৰোহীয়ে তিনিখন প্ৰদেশ আৰু দুটা অঞ্চলৰ ৩০০ৰো অধিক জুন্টা ঘাটি আৰু ২০খন চহৰ দখল কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিযানৰ সপ্তম সপ্তাহত ম্যানমাৰ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স, টাং নেশ্যনেল লিবাৰেচন আৰ্মী আৰু আৰাকান আৰ্মীয়ে উত্তৰ শ্বান প্ৰদেশৰ প্ৰায় ৩০০টা ঘাটি দখল কৰে।

৮ ডিচেম্বৰলৈকে উত্তৰ শ্বান প্ৰদেশৰ কমেও আঠখন চহৰ জুন্টা আৰু ইয়াৰ মিত্ৰশক্তিৰ পৰা দখল কৰাৰ পিছত মিত্ৰজোঁটে লাইকাউ চহৰখন দখল কৰাৰ প্ৰস্তুতি চলাইছে।

লগতে পঢ়কঃ ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ! গাড়ীৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু শিশুসহ ৮জনৰ

আৰাকান সেনাই ৰাখাইন আৰু চিন প্ৰদেশৰ কমেও ৪৫টা জুন্টাৰ ঘাটি আৰু আউটপোষ্ট দখল কৰিছে। উত্তৰ শ্বান প্ৰদেশৰ পৰা সামৰিক শাসন ব্যৱস্থাক উৎখাত কৰিবলৈ সাগাইং, মণ্ডল, মাগৱে আৰু চিন প্ৰদেশৰ বিদ্ৰোহীসকলক প্ৰেৰণা দিয়া হৈছে।

কাচিন ইণ্ডিপেনডেন্স আৰ্মিৰ সহযোগত পিপলছ ডিফেন্স ফোৰ্চেছ (পিডিএফ)য়ে সাগাইং অঞ্চলৰ কমেও তিনিখন চহৰ দখল কৰিছে। আনহাতে, চিনৰ প্ৰদেশৰ প্ৰতিৰোধ বাহিনীয়ে ৮ ডিচেম্বৰলৈকে কমেও সাতখন চহৰ দখল কৰিছে।

১১ নৱেম্বৰত কাৰেনি প্ৰদেশত  কাৰেনি নেচনেলিটিজ ডিফেন্স ফৰ্চ (কেএনডিএফ), কাৰেনি আৰ্মী, কাৰেনি নেচনেল পিপলছ লিবাৰেচন ফ্ৰণ্ট আৰু পিডিএফৰ দ্বাৰা অপাৰেচন ১১১১ নামৰ আন এক চৰকাৰ বিৰোধী আক্ৰমণ আৰম্ভ হয়।

লগতে পঢ়কঃ তোলপাৰ তেলেংগানা! মুছলমান প্ৰ’টেম অধ্যক্ষৰ পৰা নলয় শপত, বৰ্জন বিজেপিৰ

কেএনডিএফে জনোৱা মতে, কাৰেনি প্ৰদেশৰ লাইকাউ আৰু ডেমোছ’ টাউনশ্বিপ আৰু দক্ষিণ শ্বান প্ৰদেশৰ চুবুৰীয়া পেকন টাউনশ্বিপত ৩৫টাতকৈও অধিক জুন্টা ঘাটি অপাৰেচন ১১১১ আৰম্ভ হোৱাৰ পৰাই প্ৰতিৰোধ বাহিনীৰ হাতত পৰিছে।

কাৰেনি আৰু মন প্ৰদেশ আৰু বাগো অঞ্চলতো চৰকাৰী বাহিনীৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ হয়। ৩ ডিচেম্বৰত কাৰেনি ৰাষ্ট্ৰীয় মুক্তি সেনা আৰু মিত্ৰশক্তিৰ প্ৰতিৰোধ বাহিনীয়ে বাগো অঞ্চলৰ মন চহৰ দখল কৰে।

লগতে পঢ়কঃভয়ংকৰ ঘটনা, মহিলাৰ চকুৰ পৰা ওলাই আহিল ৬০টাকৈ জীৱন্ত পেলু! কেনেকৈ আহিল শৰীৰত?

২০২১ চনত সামৰিক জুন্টাই ক্ষমতা দখল কৰাৰ পিছত দেশৰ আইন-শৃংখলাৰ পৰিস্থিতিয়ে ব্যাপক অশান্তি আৰু সংঘৰ্ষৰ মাজেৰে পাৰ হৈ আহিছে। অৰ্থনীতিৰ পতন ঘটিছে। এটা এটাকৈ বিদেশী বিনিয়োগকাৰী গুচি গৈছে। ৰিজাৰ্ভ প্ৰায় শেষ হৈ গৈছে। অশান্ত সীমান্তত এতিয়া বন্ধ হৈ পৰিছে স্থল ব্যৱসায়। চৰকাৰী বাহিনীৰ দমনৰ ফলত মানৱ অধিকাৰৰ পৰিস্থিতিৰ পতন ঘটিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd