• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভয়ংকৰ ঘটনা, মহিলাৰ চকুৰ পৰা ওলাই আহিল ৬০টাকৈ জীৱন্ত পেলু! কেনেকৈ আহিল শৰীৰত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2023 8:40 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুতে ধেমেলীয়াকৈ কয়, মূৰত পোকে কামুৰিছে নেকি! বাস্তৱত অৱশ্যে সেয়া কমেই দেখা যায়। কিন্তু এইবাৰ মূৰততো নহয়, সঁচাসচিকৈ পোক ওলাল চকুত! তাকো কিলবিলাই থকা জীৱন্ত পোক! এক ভয়ংকৰ ঘটনাৰে পুনৰবাৰ শিৰোনাম দখল কৰিলে চীনে। এইবাৰ সেই দেশৰ এগৰাকী মহিলাৰ চকুৰ পৰা পেলু ওলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চকু দুটা বহু দিন ধৰি খজুৱাই আছিল। খজুৱতিটো ইমানেই অস্বস্তিকৰ হৈ পৰে যে মহিলাগৰাকীয়ে আৰু নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। অৱশেষত তেওঁ ডাক্তৰৰ ওচৰলৈ গৈ যি গম পালে তাতে বহুতেই স্তম্ভিত হৈ পৰিল।

জানিব পৰা মতে, চিকিৎসকে মহিলাগৰাকীৰ চকুৰ পৰা ৬০টা পেলু আঁতৰাই পেলাইছে। মহিলাগৰাকীয়ে জনোৱা মতে, কিছুদিন পূৰ্বে তেওঁৰ চকুত এটা পৰজীৱী পেলু পৰিছিল। তেতিয়াৰ পৰা খজুৱতি আৰম্ভ হয়।

Apply Now

লগতে পঢ়কঃ যদি আপুনি ধাৰাবাহিক বিফলতাৰ সন্মুখীন হৈছে তেন্তে চাণক্যৰ এই নীতি মানক, আহিব সফলতা

তেওঁ চকুত এক অস্বাভাৱিক ধৰণৰ অস্বস্তিও অনুভৱ কৰিবলৈ ধৰিলে। পিছত ডাক্তৰৰ ওচৰলৈ যাওঁতে ডাক্তৰে সন্দেহ কৰিলে যে তেওঁৰ চকুত পৰজীৱী আছে। ইয়াৰ পিছত বিভিন্ন পৰীক্ষা আৰু চিকিৎসা অনুসন্ধানত এই পৰজীৱীয়ে চকুত বাহ বন্ধা বুলি জানিব পৰা গৈছে।

দেখা যায় যে তেওঁৰ বাওঁ চকুত প্ৰায় ৪০ টা আৰু সোঁ চকুত ২০ টা পৰজীৱী আছে। যাৰ কাৰ্য্যকলাপে মহিলাৰ চকুত খজুৱতি বা অস্বস্তিৰ সৃষ্টি কৰে। মহিলাগৰাকীৰ চকুৰ পতা আৰু চকুৰ মণিৰ মাজত পেলুবোৰে বাস কৰিছিল বুলি চিকিৎসকে জানিবলৈ দিয়ে। এক ধৰণৰ গোলাকাৰ পৰজীৱীয়ে বাস কৰিছিল।

উল্লেখ্য যে কৃমি বা পেলুক পৰজীৱী বুলি কোৱা হয়। তেনে ক্ষেত্ৰত চকুত পৰজীৱীয়ে বাহ সজা ঘটনা যথেষ্ট ভয়ংকৰ কথা। এই পৰজীৱীটো ফিলাৰিয়াডিয়া পৰিয়ালৰ অন্তৰ্গত। সাধাৰণতে এইবিধ পৰজীৱী মাখিৰ কামোৰৰ পৰাই মানুহৰ শৰীৰত প্ৰৱেশ কৰে। কিন্তু মহিলাগৰাকীয়ে কয় যে এই পৰজীৱীৰ পলু কুকুৰ বা মেকুৰীৰ পৰা তেওঁৰ চকুলৈ আহিছে।

লগতে পঢ়কঃঅসম-মিজোৰাম সীমান্তত আৱিষ্কাৰ অষ্টম শতিকাৰ হিন্দু-বৌদ্ধ ভাস্কৰ্য

মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ পোহনীয়া জন্তুৰ পৰাই এই পৰজীৱীটো তেওঁৰ শৰীৰলৈ আহিছিল। আৰু হাতখন চকুত দিয়াৰ লগে লগে পৰজীৱীটোৱে তাত বাস কৰিবলৈ আৰম্ভ কৰে।

কিছুমান পৰজীৱীয়ে চকু অন্ধ কৰি দিব পাৰে বুলি কোৱা হয়। এই পৰজীৱীবোৰে দৃষ্টিহীনতাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে আফ্ৰিকাতহে এনে পৰজীৱী পোৱা যায়। চীনত ইয়াৰ অৱস্থিতি এক অস্বাভাৱিক ঘটনা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm
ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd