• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূৰত হাতুৰীৰে কোৱাই হত্যাৰ চেষ্টা চলোৱা হৈছিল দেৱীনা বৰুৱাক

আৰক্ষীৰ জালত প্ৰেমিক, সংকটজনক অৱস্থাত চিকিৎসাধীন দেৱীনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 9, 2019 6:43 am
1492547_492495490865265_1138277907_o

হত্যাৰ বলি দেবীনা বৰুৱা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ ৰুক্মিণীনগৰৰ ভাড়াঘৰত হত্যাৰ চেষ্টা চলোৱা দেৱীনা বৰুৱা নামৰ যুৱতীগৰাকীৰ অৱস্থা বৰ্তমান অতি সংকটজনক।

দুৰ্বৃত্তই হাতুৰী সদৃশ আহিলাৰে যুৱতীগৰাকীৰ মূৰত আঘাত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

বৰ্তমানো চুপাৰমাৰ্কেটস্থিত জিএনআৰচিত চিকিৎসাধীন হৈ আছে দেৱীনা।

‘তেওঁক হাতুৰীৰ নিচিনা আহিলাৰে মাৰ-পিট কৰিছিল।‘ মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

ইপিনে, সমগ্ৰ ঘটনাৰ তদন্তৰ স্বাৰ্থত বৃহস্পতিবাৰে দেবীনাৰ প্ৰেমিক শোণিত গোস্বামীক গ্ৰেপ্তাৰ কৰিছে দিচপুৰ আৰক্ষীয়ে।

শোণিত গোস্বামীৰ ঘৰ মহানগৰীৰ ছয়মাইলত।

অৱশ্যে, দেৱীনাৰ প্ৰেমিক শোণিতে দেৱীনাৰ ওপৰত চলোৱা আক্ৰমণৰ সৈতে জ়িত থকাৰ কথা অস্বীকাৰ কৰিছে যদিও দেবীনা সুস্থ হৈ উঠিলেহে আচল ৰহস্য পোহৰলৈ আহিব।

বৰ্তমানো শোণিতক আৰক্ষীৰ জিম্মাত ৰাখি সোধ-পোছ অৱ্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে দিচপুৰ আৰক্ষীয়ে।

ইপিনে, এই ঘটনা সংঘটিত হোৱাৰ পাছতে দেৱীনাৰ পৰিয়ালৰ লোকে দিচপুৰ থানাত এক গোচৰ ৰুজু কৰিছে।

জানিব পৰা মতে, দেবীনাৰ ঘৰ মহানগৰীৰ হাতীগাঁৱৰ লখিমী পথত। তথাপি বিগত এটা বছৰে দেৱীনা কিয় ভাৰাঘৰত আছিল সেয়াও বৰ্তমানলৈকে ৰহস্যৰ আৱৰ্তত।

এক সুত্ৰৰ পৰা জানিব পৰা মতে, মহানগৰীৰ হাতীগাঁৱৰ দেৱীনাৰ বাসগৃহৰ নামত বৃহৎ পৰিমাণৰ ধন ঋণ লৈছিল।

বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰাত তেওঁৰ গৃহটো বেংকে জব্দ কৰা বুলি সুত্ৰটোৱে প্ৰকাশ কৰিছে।

অৱশ্যে, সমগ্ৰ ঘটনাৰ ৰহস্য তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি দাবী আৰক্ষী আয়ুক্তৰ।

তেওঁ কয়, ‘তদন্ত চলি আছে। কিছুমান তথ্য লাভ কৰা হৈছে, কিছু তথ্য উদ্ধাৰৰ বাবে তদন্ত কৰি থকা হৈছে। যি দেৱীনাৰ ৰুমত গৈছিল, সি কোনো চুৰ, লুটপাত চলাবৰ বাবে যোৱা নাছিল, তেওঁক হত্যা কৰিবৰ বাবেই গৈছিল।‘

তেওঁ লগতে কয়, ‘যি আক্ৰমণৰ বাবে গৈছিল তেওঁ কোনটো ৰাস্তাৰে গৈছে, ক’ত শোৱে সকলো কথা জানে। গতিকে আমি এই গোচৰটো সমাধান কৰিব পাৰিম।‘

উল্লেখযোগ্য যে, ৰুক্মিণী নগৰৰ নামঘৰ পথৰ হাউছ নং ৭ ৰ এটা ভাড়াঘৰত থকা দেৱীনা বৰুৱা নামৰ যুৱতীগৰাকীক ভাড়াঘৰতে নিশা শুই থকা অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm
বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

September 19, 2025 7:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd