• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘না কৰুঙ্গা, না কৰনে দুঙ্গা’! বাইডেন প্ৰসঙ্গৰে মোদীক কটাক্ষ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 3:59 pm
Modi and Biden
1.6k
VIEWS
Share on FacebookShare on Twitter

G20 বৈঠকৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ভাৰত ভ্ৰমণ কৰাৰ সময়ত বাইডেনৰ ইচ্ছাৰ পিছতো তেওঁক সংবাদ মেল সম্বোধনৰ অনুমতি নিদিয়াক লৈ তীব্ৰ চৰ্চা চলিছে। এই চৰ্চাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছে।

ভাৰত ভ্ৰমণৰ পিছতে ভিয়েটনাম ভ্ৰমণলৈ যোৱা মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে সংবাদ মাধ্যমক সম্বোধন কৰে। বাইডেনে ভিয়েটনামত সম্বোধন কৰা এই সংবাদ মেলৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে আক্ৰমণ কৰে।

বাইডেনে সংবাদ মেলত ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মানৱ অধিকাৰ, নাগৰিক সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকাক সন্মান জনোৱাৰ গুৰুত্ব আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়ে আলোচনা কৰে বুলি উল্লেখ কৰে।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই ভাষণৰ কথা উল্লেখ কৰি ৰমেশে কয় যে মোদীয়ে বাইডেনক কোৱা ‘না প্ৰেছ কনফাৰেন্স কৰুঙ্গা, না কৰনে দুঙ্গা অৰ্থাৎ নিজেও সংবাদমেল অনুষ্ঠিত নকৰো, আপোনাকো কৰিবলৈও নিদিওঁ কথাৰ কোনো প্ৰভাৱ বাইডেনৰ ওপৰত নপৰিল।

উল্লেখ্য যে, শুকুৰবাৰে ৰমেশে অভিযোগ কৰিছিল যে G20 সন্মিলনৰ পূৰ্বে দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকৰ পিছত বাইডেনক সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিবলৈ দিয়া হোৱা নাছিল।

অনুৰোধৰ পিছতো বাইডেনক সংবাদ মেল সম্বোধনৰ অনুমতি দিয়া নাছিল বুলি আমেৰিকান প্ৰশাসনে সদৰী কৰা বুলি ৰমেশে দাবী কৰিছিল। মোদী শৈলীৰ গণতন্ত্ৰ এনেদৰেই হয় বুলি বুলিও প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd