• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডত নতুনকৈ ৬৯জন কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ২৮০ জনলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 12:16 pm
642 persons test Covid19 positive in Assam on Saturday

প্ৰতিনিধিত্বমূলক ছবি

19.2k
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডত আজি নতুনকৈ ৬৯ গৰাকী ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হৈছে।

ইয়াৰ সৈতে ৰাজ্যখমনত এই পৰ্যন্ত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৮০ গৰাকীলৈ বৃদ্ধি পায়।

যোৱা দেওবাৰে নাগালেণ্ডত ২৭৫ জন লোকৰ চেম্পুল পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোকৰ মাজৰ পৰাই উক্ত ৬৯ গৰাকীৰ দেহত কোভিড পজিটিভ পোৱা ধৰা পৰে।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাঙ্গু ফোমে আজি টুইটাৰ যোগে এই কথা সদৰী কৰে।

Out of 275 samples tested, 69 new cases of COVID-19 +ve have been reported. 65 patients from Peren QC, 3 from Dimapur QC & 1 from Zunheboto QC.

Positive : 280
Active : 139
Recovered : 141
Death : 00

Update at 9: 15 AM, 22nd June, 2020.

— S Pangnyu Phom (@pangnyu) June 22, 2020

নতুনকৈ আক্ৰান্ত হোৱা ৬৯ গৰাকী ৰোগীৰ ৬৫ গৰাকী পেৰেন, ৩ গৰাকী ডিমাপুৰ আৰু এগৰাকী জুনহেবোটোৰ কুৱাৰেণ্টাইন চেণ্টাৰত আছে।

বৰ্তমান ৰাজ্যখনত ১৩৯ গৰাকী কোভিড-১৯ পজিটিভ ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈ ১৪১ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

আনহাতে নাগালেণ্ডত এই পৰ্যন্ত কোভিড-১৯ত আক্ৰান্ত হৈ এজনো লোকৰ মৃত্যু হোৱা নাই।

Recent News

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd