• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰী আৰক্ষী পদক লাভ কৰা দুই আৰক্ষী বিষয়াক সম্বৰ্ধনা জনালে নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাই

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
August 18, 2020 7:32 pm
index.jpg
291
VIEWS
Share on FacebookShare on Twitter

নিজৰ উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক লাভ কৰিবলৈ সক্ষম হোৱা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস আৰু জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাক আজি সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাই।

আজি দুয়োগৰাকী আৰক্ষী বিষয়াক সাক্ষাৎ কৰি সম্বৰ্ধনা জনালে গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে।

উল্লেখযোগ্য যে, দুয়োগৰাকী আৰক্ষী বিষয়াই নিজৰ কৰ্মদক্ষতাৰে মদ-ভাং, অবৈধ জুৱা, ড্ৰাগছ আদিৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছিল বিশেষ সফলতা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড় সুৰক্ষাৰ দিশতো এক গুৰুত্বপূৰ্ণ বিশেষ ভূমিকা পালন কৰি আহিছে দুয়োগৰাকী আৰক্ষী বিষয়াই।

তেওঁলোকৰ এই সফলতাই সমগ্ৰ কলিয়াবৰবাসী ৰাইজক উৎফুল্লিত কৰিছে আৰু অনাগত দিনত অধিক কৰ্মস্পৃহা আৰু উদ্যমৰে কাম কৰি যাবলৈ উদগনি যোগাব বুলি মত প্ৰকাশ কৰে ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে।

আজিৰ এই সজাতি দলটিত নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উপদেষ্টা খড়ানন্দ পোখৰেল, লেখনাথ শৰ্মা, সভাপতি ৰাজদীপ খতিৱড়া, সম্পাদিকা ৰাধা ঢকালৰ লগতে বহু কেইগৰাকী জিলা আৰু আঞ্চলিক শাখাৰ প্ৰতিনিধি উপস্থিত থাকে।

Recent News

‘গংগা মা আহিছে ভৰি ধুৱাবলৈ, আপোনালোক স্বৰ্গলৈ যাব’- বানাক্ৰান্তক যোগী আদিত্যনাথৰ মন্ত্ৰীৰ পৰামৰ্শ

‘গংগা মা আহিছে ভৰি ধুৱাবলৈ, আপোনালোক স্বৰ্গলৈ যাব’- বানাক্ৰান্তক যোগী আদিত্যনাথৰ মন্ত্ৰীৰ পৰামৰ্শ

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

গভীৰ অৰণ্যৰ মাজত দলিত মহিলাক দলবদ্ধ ধৰ্ষণ! পুনৰ বিজেপিশাসিত ৰাজ্যত নাৰী সুৰক্ষাক লৈ প্ৰশ্ন

গভীৰ অৰণ্যৰ মাজত দলিত মহিলাক দলবদ্ধ ধৰ্ষণ! পুনৰ বিজেপিশাসিত ৰাজ্যত নাৰী সুৰক্ষাক লৈ প্ৰশ্ন

মোহালীৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ! দুজনৰ মৃত্যু, চাৰিজন আহত

মোহালীৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ! দুজনৰ মৃত্যু, চাৰিজন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd