• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাছাৰ মংগল অভিযান : দৰ্শকৰ বাবে মুকলি হ’ল ৰঙা গ্ৰহটোৰ কেইবাখনো ৰঙীন ছৱি আৰু ভিডিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2021 5:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মংগলগ্ৰহত অৱতৰণ কৰা নাছাৰ পাৰ্চাভেৰেন্স নামৰ ৰ’ভাৰখনে মংগলগ্ৰহৰ পৰা কিছু ৰঙীন ছৱি আৰু ৰ’ভাৰখনে মংগলগ্ৰহতত অৱতৰণ কৰাৰ ভিডিঅ’ প্ৰেৰণ কৰিছে। সোমবাৰে নাছাই এইসমূহ এখন সংবাদমেলযোগে মুকলি কৰি দিয়ে।

উল্লেখযোগ্য যে মংগলগ্ৰহত লোৱা ইতিহাসৰ প্ৰথমটো চাউণ্ড ৰেকৰ্ডো নাছাই লাভ কৰে।

উল্লেখযোগ্য ১৮ ফেব্ৰুৱাৰীত অৱতৰণ কৰা ৰ’ভাৰখনে প্ৰায় সাত মাহ সময় মহাকাশত পৰিভ্ৰণ কৰি আছিল। ৪৭২ মিলিয়ন কিলোমিটাৰ পৰিভ্ৰমণ কৰাৰ পাছত ঘণ্টাত ১৯,০০০ কিলোমিটাৰ বেগত সম্পূৰ্ণ সুৰক্ষিতভাৱে মংগলগ্ৰহৰ পৃষ্ঠত অৱতৰণ কৰে।

আল চেন (Al Chen) নামৰ  নাছাৰ এগৰাকী শীৰ্ষ অভিযন্তাই কয় যে ৰঙা ৰঙৰ গ্ৰহটোৰ পৰা প্ৰেৰণ কৰা এই ছৱি আৰু ভিডিঅ’সমূহক তেওঁ ‘‘সাঁচতীয়া গুপ্তধন’’ৰ দৰে অনুভৱ কৰিছে। আনন্দ প্ৰকাশ কৰি তেওঁ আৰু কয় যে এইসমূহ চাই চাইয়ে ‘‘তেওঁলোকে গোটেই দিনটো পাৰ কৰি দিব পাৰিব’’।

 

নাছাই টুইটাৰত প্ৰকাশ কৰা এটা ভিডিঅ’ত আগ্ৰহী দৰ্শকসকলক কোৱা হৈছে যে এই ভিডিঅ’টোৰ দ্বাৰা মংগলগ্ৰহৰ পৰিপাৰ্শ্বিক অৱস্থা, বতাহৰ গতি ইত্যাদিসমূহক সূক্ষ্মভাৱে অনুভৱ কৰিব পাৰি।

If you are feeling overwhelmed by the amount of visual content @NASAPersevere has captured, take a breath and enjoy what it would sound like to sit on the surface of Mars with the rover: pic.twitter.com/ZclPsAVIMd

— NASA (@NASA) February 22, 2021

উল্লেখযোগ্য ‘পাৰ্চাভেৰেন্স’খনৰ পূৰ্বে নাছাই মংগলগ্ৰহলৈ চাৰিখনকৈ ৰ’ভাৰ প্ৰেৰণ কৰিছিল, কিন্তু ‘পাৰ্চাভেৰেন্স’খন হৈছে আটাইতকৈ অত্যাধুনিক প্ৰযুক্তিবিশিষ্ট।

আনহাতে ১৯৬০ চনৰ পৰা বৰ্তমানলৈকে ৯খন দেশে ৪৯ বাৰ মংগলগ্ৰহলৈ যান প্ৰেৰণ কৰিছে।

‘পাৰ্চাভেৰেন্স’খন আৰু ইয়াৰ স’তে জড়িত গৱেষণাৰ বাবে ব্যয় কৰা হৈছিল ২.৭ বিলিয়ন ডলাৰ আৰু সময় লাগিছিল দুবছৰ।

নাছাই আশা কৰিছে ইয়াৰ দ্বাৰা মংগলগ্ৰহত জীৱাণু আৰু জীৱসৃষ্টিৰ বাবে অনুকুল পৰিৱেশৰ বিষয়ে সম্ভেদ লাভ কৰিব।

নাছাৰ এগৰাকী বিজ্ঞানী জাষ্টিন মাকিয়ে সংবাদমেলত কৈছে যে ২০২০ চনটো বিশ্বৰ বাবে সংকটৰ বৰ্ষ আছিল আৰু শেহতীয়াকৈ মংগলপৃষ্ঠৰ এই ছৱিসমূহে এই সকলো সংকটক নেওচি অলপ হ’লেও বিশ্ববাসীৰ মন উজ্বলাই তুলিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd