• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ; এইচ আই ভিত আক্ৰান্ত ৩০০ৰো অধিক শিশু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2024 2:56 pm
মেঘালয়ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ; এইচ আই ভিত আক্ৰান্ত ৩০০ৰো অধিক শিশু

প্ৰতিনিধিত্বমূলক ফটো।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত উদ্বেগজনক পৰিস্থিতি। ৩৬৪ টা শিশু এইচ আই ভি আক্ৰান্ত। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উপায় সন্ধান কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন সমৃদ্ধ ৰাজ্যখনত যেন নীৰৱে এইচ আই ভি এইডছৰ বৃদ্ধি ঘটিছে।

ৰাজ্যখনৰ ৮ হাজাৰৰো অধিক প্ৰাপ্তবয়স্ক লোক এইডছত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে, যিটো গুৰুতৰ চিন্তাৰ কাৰণ। শিশুৰ মাজতো এইডছ দ্ৰুতগতিত বিয়পি পৰিছে।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ উদ্বিগ্ন। এই আয়োগৰ অধ্যক্ষ প্ৰিয়ংক কানুংগোৱে ২২ জুনত ৰাজ্য চৰকাৰৰ ১৬টা বিভাগৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে। তেওঁ কয়, পৰিস্থিতি উদ্বেগজনক।

লগতে পঢ়কঃ টি২০ বিশ্বকাপত অঘটন! ৭বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাজিত কৰিলে আফগানিস্তানে

তেওঁ লগতে সংশ্লিষ্ট বিভাগক এইচ আই ভি আক্ৰান্ত শিশুক জুভেনাইল জাষ্টিছ আইনৰ ৪৫ নং ধাৰাত স্পনছৰশ্বিপ প্ৰদান কৰিব পৰা যাব নেকি সেইটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। স্পনছৰশ্বিপৰ জৰিয়তে ক্ষতিগ্ৰস্ত শিশুৱে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হ’ব।

মেঘালয়ৰ এইচ আই ভি ৰোগত আক্ৰান্ত ৮ হাজাৰৰো অধিক প্ৰাপ্তবয়স্ক লোকক পৰিয়ালসমূহৰ বাকী পৰিয়ালৰ সদস্য আৰু সেই পৰিয়ালৰ শিশুসকলক পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়কঃ NTAৰ মূৰব্বীক অপসাৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ; নীট পৰীক্ষা সন্দৰ্ভত তদন্ত কৰিব কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই

তদুপৰি, আয়োগে ৰাজ্যৰ ৪০০০ বিশেষভাৱে সক্ষম শিশুৰ পৰীক্ষাও কৰিব যাতে আৰ্থিক সাহায্য, প্ৰমাণপত্ৰ আদিকে ধৰি প্ৰয়োজনীয় বিষয়ত তালিকাভুক্ত হয়। আয়োগে লগতে কয় যে শিশু সুৰক্ষা অধিকাৰ, পস্কো আইন সম্পৰ্কে অৱগত কৰিবলৈ সমগ্ৰ মেঘালয় জুৰি সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm
স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

August 15, 2025 4:34 pm
ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

August 15, 2025 4:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd