• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

টি২০ বিশ্বকাপত অঘটন! ৭বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাজিত কৰিলে আফগানিস্তানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2024 10:35 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ টি-২০ বিশ্বকাপত আফগানিস্তানে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। আফগানিস্তানে ৭ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়ান দলটোক পৰাস্ত কৰিছে। ছুপাৰ ৮ৰ খেলখনত আফগানিস্তানে ২১ ৰানত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি আফগানিস্তানে ১৪৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াৰ দলটোৱে ১২৭ ৰান সংগ্ৰহ কৰি অল আউট হয়। আফগানিস্তানৰ হৈ গুলবদিন নাইবে ৪টা উইকেট দখল কৰে। আনহাতে নবীন উল হকে ৩টা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াৰ দলটোৱে ৬ বাৰ এদিনীয়া বিশ্বকাপ আৰু এবাৰ টি-২০ বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছে।

টছত পৰাস্ত হোৱাৰ পাছত আফগান দলটোৱে প্ৰথমে বেটিং কৰিবলৈ আহি ৬টা উইকেট হেৰুৱাই ২০ অভাৰত ১৪৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ সময়ত অ’পেনাৰ গুৰবাজে ৪৯টা বলৰ সন্মুখত ৬০ ৰান সংগ্ৰহ কৰে। তেওঁ ৪টা চাৰি আৰু ৪টা ছয় সংগ্ৰহ কৰে। ইব্ৰাহিম জাদ্ৰানে ৫১ ৰানৰ ইনিংছ খেলে।মেচখনত পেট কামিন্সে অষ্ট্ৰেলিয়াৰ হৈ ৩টা উইকেট দখল কৰে। আৰু এডাম জাম্পাই ২ টা উইকেট দখল কৰে।

আফগানিস্তানৰ বিৰুদ্ধে খেলপথাৰলৈ অহা প্ৰবীণ খেলুৱৈয়ে ভৰা কেংগাৰু দলটোৱে আজি আত্মসমৰ্পণ কৰে। আনকি সম্পূৰ্ণ ২০ অভাৰ খেলিব নোৱাৰিলে অষ্ট্ৰেলিয়াৰ দলটোৱে। ১৯.২ অভাৰত ১২৭ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। অষ্ট্ৰেলিয়াৰ হৈ গ্লেন মেক্সৱেলে ৪১টা বলৰ সন্মুখত ৫৯ ৰান সংগ্ৰহ কৰে। তেওঁ ৬টা চাৰি আৰু ৩টা ছয় কৰে। ১২ ৰান সংগ্ৰহ কৰি আউট হৈছিল অধিনায়ক মিচেল মাৰ্ছ। ১১ ৰান সংগ্ৰহ কৰি আউট হৈছিল মাৰ্কাছ ষ্টয়নিছ।

Apply Now

অষ্ট্ৰেলিয়াৰ দলটো ৭ বাৰৰ বিশ্ব চেম্পিয়ন। ২০২১ চনত অষ্ট্ৰেলিয়াই টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল। ৬ বাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰিছে। ১৯৮৭, ১৯৯৯, ২০০৩, ২০০৭, ২০১৫ আৰু ২০২৩ চনত অষ্ট্ৰেলিয়াই এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd