• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী গ্ৰেণেড বিস্ফোৰণৰ তদন্তৰ বাবে আহি আছে NIA-ৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2019 12:53 pm
ULFA leader Pranamay Rajguru detained by Guwahati police, huge cache of explosives seized

বুধবাৰে সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ দৃশ্য। ফটো : য়ু বি

1.8k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী চেন্ত্ৰেল শ্বপিং মলৰ সমীপত বুধবাৰে নিশা সংঘটিত ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণৰ নিজাববীয়াকৈ তদন্ত কৰিব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (National Investigation Agency)ই।

আলফা(স্বাঃ)ই দায়িত্ব স্বীকাৰ কৰা উক্ত গ্ৰেণেড বিস্ফোৰণত চি আৰ পি এফ আৰু এচ এচ বিৰ জোৱান সহিতে  ১২জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আঘাতপ্ৰাপ্ত লোকসকল সম্প্ৰতি গুৱহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, নেমকেয়াৰ হাস্পতালৰ লগতে কেজিএমটি হাস্পতালত চিকিৎসা গ্ৰহণ কৰি আছে।

লগতে পঢ়ক এজনৰ অৱস্থা গুৰুতৰ, আক্ৰান্ত চি আৰ পি এফ জোৱান।।গুৱাহাটী বিস্ফোৰণৰ আপদে’ট।।

উল্লেখ্য যে বুধবাৰে সন্ধিয়া গ্ৰেণেড বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ পৰা কিছু দুৰ নিলগত আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই আছিল। আৰক্ষীৰ তালাচীৰ মাজতে বাইকত অহা অচিনাক্ত দুৰ্বিত্তই গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰে।

উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলত আৰক্ষী সঞ্চালকপ্ৰধানৰ লগতে মহানগৰ আৰক্ষী আয়ুক্ত উপস্থিত হৈ প্ৰাথমিক তদন্ত চলাইছিল।

আনহাতে অসমৰ মুখ্য মন্ত্ৰীয়ে গ্ৰেণেড বিস্ফোৰণৰ ঘটনাক গৰিহনা দিয়াৰ লগতে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে।

Recent News

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd