• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথম বলতে ছয়! ৰাজস্থান পৰাস্ত হ’লেও নিজৰ ‘ক্লাছ’ দেখুৱালে ১৪ বছৰীয়া বৈভৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2025 7:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিষেক মেচত বৰ্তি থকাৰ যুঁজ নহয়, বৰঞ্চ শ্বাৰ্দুলৰ দৰে অভিজ্ঞ পেচাৰক ছয় মাৰি আদৰণি জনায়। ২০টা বলত ৩৪ ৰানৰ ইনিংছটোত চাৰি আৰু ছয়ৰ জোৱাৰ তোলে। শনিবাৰে আই পি এলৰ মঞ্চত ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে প্ৰমাণ কৰিলে যে তেওঁ সহজতে এৰি যোৱা খেলুৱৈ নহয়।

লক্ষ্ণৌৰ হাতত পৰাস্ত হোৱাৰ পাছতো বৈভৱে সমগ্ৰ দেশৰ ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইমপেক্ট প্লেয়াৰ হিচাপে শনিবাৰে খেলপথাৰত নমা বৈভৱে দৰাচলতে এটা বাৰ্তা প্ৰেৰণ কৰিলে যে পৰৱৰ্তী মেচসমূহত তেওঁক মূল একাদশৰ  পৰা আঁতৰাই ৰখাটো কঠিন হ’ব।

Apply Now

শনিবাৰে জয়পুৰৰ পিটচত লক্ষ্ণৌৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয়। মাৰ্কৰাম (৬৬) আৰু আয়ুষ বদৌনী (৫০)ৰ দৰ্শনীয় বেটিঙৰ সহায়ত ৫ উইকেট হেৰুৱাই ১৮০ ৰান সংগ্ৰহ কৰে।

ৰাজস্থানৰ পূৰ্বৰ মেচত আঘাতপ্ৰাপ্ত হৈছিল সঞ্জু চেমছন। ফলত ৰাহুল দ্ৰাবিড়ে তেওঁৰ ঠাইত বৈভৱক খেলোৱাৰ সিদ্ধান্ত লয়। তাতেই বৈভৱ নামৰ এই ১৪ বছৰীয়া কিশোৰে প্ৰথম সুযোগতে নিজৰ ‘ক্লাছ’ দেখুৱাই দিলে। শাৰ্দুল ঠাকুৰৰ ছয় মাৰি আৰম্ভণি কৰে বৈভৱে। পৰৱৰ্তী অভাৰত আবেশ খানৰ বলত আৰু এটা ছয় মাৰে।

প্ৰথম চাৰিটা বলত তেওঁৰ দুটা ছয়ে ক্ৰিকেট বিশেষজ্ঞসকলক উপলব্ধি কৰাইছিল যে ভাৰতীয় ক্ৰিকেটত আন এজন তাৰকাই আত্মপ্ৰকাশ কৰিছে। অৱশ্যে ২০ বলৰ চমু ইনিংছত বৈভৱেও সুযোগ দিছিল। দুবাৰকৈ কেচ তুলি দিছিল। কিন্তু তেওঁ ৰৈ নাথাকিল, তেওঁৰ ৩৪ ৰানৰ ইনিংছটো দুটা চাৰি আৰু তিনিটা ছয়ৰে সজাইছিল।

অৱশ্যে বৈভৱৰ এই সহযোগৰ সৈতে যশস্বী জয়ছৱালে ৫২টা বলত ৭৪ ৰানৰ ইনিংছ খেলি মেচখনত জয়ৰ প্ৰচেষ্টাত কোনো যতি পৰিব দিয়া নাছিল। জয়ছোৱাল আউট হোৱাৰ পাছত দলৰ জয়ৰ দায়িত্ব লয় অধিনায়ক ৰিয়ান পৰাগে ২৬টা বলত ৩৯ ৰান সংগ্ৰহ কৰি আউট হয়। শেষত ৰাজস্থানৰ স্ক’ৰব’ৰ্ডে ২০ অভাৰত ১৭৮ ৰানহে সংগ্ৰহ কৰে। পৰাজিত হয় ২ ৰানত। অৱশ্যে মেচখনত পৰাস্ত হোৱাৰ পাছতো শনিবাৰে ৰাজস্থানে জন্ম দিলে বৈভৱ নামৰ নতুন তাৰকাৰ।

উল্লেখ্য যে আই পি এলৰ গ্ৰেণ্ড নিলামত ৰাজস্থান ৰয়েলছে বৈভৱক ১১ কোটি টকাত ক্ৰয় কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ১৩ বছৰ। বাওঁহতীয়া বেটছমেনগৰাকীয়ে এই বছৰতে বিহাৰৰ জাৰ্চি পিন্ধি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটাইছিল।

ইয়াৰ পিছত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল। তাত প্ৰথম টেষ্টত শতক অৰ্জন কৰে বৈভৱে। ১২ বছৰ ২৮৪ দিন বয়সত ৰঞ্জীত অভিষেক ঘটায়। অৰ্থাৎ বয়সৰ ফালৰ পৰা বৈভৱে শচীনক চেৰ পেলাইছিল।

স্বাভাৱিকতে এই কিশোৰ প্ৰতিভাৰ কেতিয়া অভিষেক ঘটে তাক লৈ যথেষ্ট আগ্ৰহ প্ৰকাশ পাইছিল। অৱশেষত বৈভৱৰ জীৱনলৈ আহিল বহু প্ৰত্যাশিত দিনটো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

June 14, 2026 8:12 am
পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am
আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

June 14, 2026 8:12 am
পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd