• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোনকালেই সমাপ্ত নহয় ৰাছিয়া-ইউক্ৰেইন যুদ্ধ; ব্যাপক প্ৰস্তুতিৰ আহ্বান নাটোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2023 7:45 am
104
VIEWS
Share on FacebookShare on Twitter

নাটোৰ মুৰব্বী জেনছ ষ্টলটেনবাৰ্গে কৈছে যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ শীঘ্ৰে সমাপ্ত নহয়। সেয়েহে, ইউৰোপ আৰু পশ্চিমীয়া শক্তিবোৰে কিয়েভক সহায় কৰিবলৈ দীৰ্ঘম্যাদী প্ৰস্তুতি লৈ থাকিব লাগে। এক সতৰ্ক বাৰ্তাত তেওঁ এইদৰে ব্যাপক প্ৰস্তুতিৰ আহ্বান জনাইছে।

নাটোৰ মুৰব্বী জেনছ ষ্টলটেনবাৰ্গে কয় যে ৰাছিয়াই সময়ৰ লগে লগে ইউক্ৰেইনত সেনাৰ সংখ্যা বৃদ্ধি কৰি আছে। এই প্ৰৱণতা ভৱিষ্যতেও অব্যাহত থাকিব। অৱশ্যে, ইউক্ৰেইনৰ বাহিনীয়ে ওলোটা প্ৰতিৰোধ গঢ়ি তুলিছে। কিন্তু এয়া স্পষ্ট যে এই যুঁজ অতি সহজে বন্ধ নহ’ব।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰাথনাৰ মতে ‘বিমুদ্ৰাকৰণৰ সিদ্ধান্ত আছিল অসাংবিধানিক’

সেয়েহে,  ইউৰোপ আৰু পশ্চিমীয়া দেশবোৰে দীঘলীয়া সময়ৰ বাবে প্ৰস্তুতি চলাব লাগে বুলি তেওঁ সতৰ্ক কৰি দিছে যাতে দীৰ্ঘদিন ধৰি তেওঁলোকে কিয়েভক সহায়  অব্যাহত ৰাখিব পাৰে।

ইপিনে, ৰাছিয়াৰ বাহিনীয়ে সোমবাৰে কিয়েভত নতুনকৈ এক আক্ৰমণ চলায়। বাতৰি অনুসৰি, আক্ৰমণৰ লক্ষ্য আছিল ইউক্ৰেইনৰ এটা ড্ৰোন নিৰ্মাণ কাৰখানা।

লগতে পঢ়ক: যুদ্ধৰ খৱৰ! মিছাইল আক্ৰমণত নিহত হৈছে ৪০০ ৰাছিয়ান সেনা; দাবী ইউক্ৰেইনৰ

ইউক্ৰেইনৰ বাখমুট এখন ভূতৰ চহৰত পৰিণত হৈছে। এই চহৰখনৰ য’তেই চকু যায় তাতেই কেৱল ধ্বংসস্তূপ। আৱাসিক, বাণিজ্যিক বা সামৰিক একোৱেই ৰাছিয়াৰ আগ্ৰাসনৰ পৰা পৰা বাচি যোৱা নাই।

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd