• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০ মাহ পাছত জেলৰ পৰা ওলায়েই বিজেপিৰ বিৰুদ্ধে সৰৱ সিদ্ধু; প্ৰশংসা ৰাহুল গান্ধীক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 1, 2023 8:13 pm
নবজ্যোৎ সিং সিদ্ধু। ফাইল ফটো।

নবজ্যোৎ সিং সিদ্ধু। ফাইল ফটো।

146
VIEWS
Share on FacebookShare on Twitter

কাৰাদণ্ডৰ সময়সীমা আছিল এবছৰ। অৱশ্যে জেলত ভাল আচৰণৰ বাবে দহ মাহৰ পাছত মুকলি কৰি দিয়া হয় প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিবিদ নৱজোৎ সিং সিদ্ধুক। ‘ইচ্ছাকৃতভাৱে আঘাত কৰা’ এটা পুৰণি গোচৰত শাস্তি প্ৰদান কৰা হৈছিল সিদ্ধুক।

শুকুৰবাৰে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইটযোগে জেলৰ পৰা মুক্তিৰ কথা সদৰী  কৰিছিল সিদ্ধুৱে। সেই অনুসৰি পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীক শনিবাৰে বিয়লি পাটিয়ালা সংশোধনাগাৰ কেন্দ্ৰৰ পৰা মুকলি কৰি দিয়া হয়।

লগতে পঢ়ক: সঁচা! ২০২৯ চনৰ পৰা অমৰ হ’ব মানুহ? গৱেষণাত বিজ্ঞানীৰ অভূতপূৰ্ব দাবী

কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় হোৱাৰ ইংগিত দিছে সিদ্ধুৱে। তেওঁ কয় যে তেওঁ ৰাজনীতিত সক্ৰিয় হ’ব বিচাৰে। একে সময়তে সিদ্ধুৱে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

তেওঁৰ কয় “দেশৰ গণতন্ত্ৰ আজি শিকলিৰে বন্ধা।” ৰাহুল গান্ধীৰ সমৰ্থনত সিদ্ধুৱে লগতে কয়, ‘পাঞ্জাব এই দেশৰ সুৰক্ষা কবচ। কিন্তু দেশত চলি আছে একনায়কত্ববাদী শাসন। ইয়াক ৰোধ কৰিবলৈ ৰাহুলৰ নেতৃত্বত এটা বিপ্লৱ আহিব।”

 ইতিমধ্যে খালিস্তানী নেতা অমৃতপল সিঙক লৈ উত্তাল হৈ পৰিছে পঞ্জাৱৰ ৰাজনীতি। এই সন্দৰ্ভত সিদ্ধুৱে কয় যে পঞ্জাৱত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে। কংগ্ৰেছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি সিদ্ধুৱে কয়, ‘’ৰাহুল, প্ৰিয়ংকা আৰু প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজ দিম।‘’

লগতে পঢ়ক: পৰ্ণ তাৰকাক মুখ বন্ধ কৰিবলৈ ধন দিয়াৰ অভিযোগ; আত্মসমৰ্পণৰ বাবে সাজু ড’নাল্ড ট্ৰাম্প

পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সিদ্ধুৱে ৩৫ বছৰীয়া গোচৰটোত ২০২২ চনৰ ২০ মে’ত পাটিয়ালা আদালতত আত্মসমৰ্পণ কৰিছিল। আদালতে তেওঁক এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। চলিত বৰ্ষৰ ১৯ মে’ত তেওঁক মুকলি কৰি দিয়াৰ কথা আছিল যদিও কাৰাগাৰ কৰ্তৃপক্ষই কয় যে কাৰাগাৰৰ ভিতৰত ভাল আচৰণৰ বাবে সিদ্ধুক আগতেই মুকলি কৰি দিয়া হৈছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd