• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ মাহ পাছত জেলৰ পৰা ওলায়েই বিজেপিৰ বিৰুদ্ধে সৰৱ সিদ্ধু; প্ৰশংসা ৰাহুল গান্ধীক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 1, 2023 8:13 pm
নবজ্যোৎ সিং সিদ্ধু। ফাইল ফটো।

নবজ্যোৎ সিং সিদ্ধু। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাদণ্ডৰ সময়সীমা আছিল এবছৰ। অৱশ্যে জেলত ভাল আচৰণৰ বাবে দহ মাহৰ পাছত মুকলি কৰি দিয়া হয় প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিবিদ নৱজোৎ সিং সিদ্ধুক। ‘ইচ্ছাকৃতভাৱে আঘাত কৰা’ এটা পুৰণি গোচৰত শাস্তি প্ৰদান কৰা হৈছিল সিদ্ধুক।

শুকুৰবাৰে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইটযোগে জেলৰ পৰা মুক্তিৰ কথা সদৰী  কৰিছিল সিদ্ধুৱে। সেই অনুসৰি পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীক শনিবাৰে বিয়লি পাটিয়ালা সংশোধনাগাৰ কেন্দ্ৰৰ পৰা মুকলি কৰি দিয়া হয়।

লগতে পঢ়ক: সঁচা! ২০২৯ চনৰ পৰা অমৰ হ’ব মানুহ? গৱেষণাত বিজ্ঞানীৰ অভূতপূৰ্ব দাবী

Apply Now

কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় হোৱাৰ ইংগিত দিছে সিদ্ধুৱে। তেওঁ কয় যে তেওঁ ৰাজনীতিত সক্ৰিয় হ’ব বিচাৰে। একে সময়তে সিদ্ধুৱে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

তেওঁৰ কয় “দেশৰ গণতন্ত্ৰ আজি শিকলিৰে বন্ধা।” ৰাহুল গান্ধীৰ সমৰ্থনত সিদ্ধুৱে লগতে কয়, ‘পাঞ্জাব এই দেশৰ সুৰক্ষা কবচ। কিন্তু দেশত চলি আছে একনায়কত্ববাদী শাসন। ইয়াক ৰোধ কৰিবলৈ ৰাহুলৰ নেতৃত্বত এটা বিপ্লৱ আহিব।”

 ইতিমধ্যে খালিস্তানী নেতা অমৃতপল সিঙক লৈ উত্তাল হৈ পৰিছে পঞ্জাৱৰ ৰাজনীতি। এই সন্দৰ্ভত সিদ্ধুৱে কয় যে পঞ্জাৱত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে। কংগ্ৰেছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি সিদ্ধুৱে কয়, ‘’ৰাহুল, প্ৰিয়ংকা আৰু প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজ দিম।‘’

লগতে পঢ়ক: পৰ্ণ তাৰকাক মুখ বন্ধ কৰিবলৈ ধন দিয়াৰ অভিযোগ; আত্মসমৰ্পণৰ বাবে সাজু ড’নাল্ড ট্ৰাম্প

পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সিদ্ধুৱে ৩৫ বছৰীয়া গোচৰটোত ২০২২ চনৰ ২০ মে’ত পাটিয়ালা আদালতত আত্মসমৰ্পণ কৰিছিল। আদালতে তেওঁক এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। চলিত বৰ্ষৰ ১৯ মে’ত তেওঁক মুকলি কৰি দিয়াৰ কথা আছিল যদিও কাৰাগাৰ কৰ্তৃপক্ষই কয় যে কাৰাগাৰৰ ভিতৰত ভাল আচৰণৰ বাবে সিদ্ধুক আগতেই মুকলি কৰি দিয়া হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd