• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় সেনাত ইতিহাস ৰচিলে ১৭ তৰুণীয়ে : ৩০০ পুৰুষৰ সৈতে প্ৰতিযোগিতা কৰি জিলিকি উঠিল এনডিএ-ৰ ছাত্ৰী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
May 30, 2025 6:19 pm
346
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনাৰ ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম লিখিলে ১৭ গৰাকী যুৱতীয়ে। শুকুৰবাৰে পুনেৰ নেশ্যনেল ডিফেন্স একাডেমীৰ (এন ডি এ)ৰ পৰা ১৭ গৰাকী মহিলা কেডেট প্ৰথমবাৰৰ বাবে স্নাতক হিচাপে উৰ্ত্তীণ হয়।

প্ৰথমবাৰৰ বাবে প্ৰতিৰক্ষা বিভাগৰ ১৭ গৰাকী মহিলা বিষয়াই ৩০০ পুৰুষ সহপাঠীৰ সৈতে এন ডি এৰ পাছআউট পেৰেডত অংশগ্ৰহণ কৰে। নৌ, স্থল আৰু বায়ুসেনাৰ ত্ৰিশক্তি প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ক্ষেত্ৰপাল পেৰেড খেলপথাৰত তেওঁলোকক এনডিএ-ৰ স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়।

ডিভিজন কেডেট অধিনায়ক শ্ৰী দক্ষই বি এত সৰ্বোচ্চ পদবী লাভ কৰিবলৈ সক্ষম হয়। আন এগৰাকী কেডেট ইশিতা চাংৱানে প্ৰশিক্ষণ বিষয়াসকলক ধন্যবাদ জনায়।

মন কৰিবলগীয়া যে এইটো আছিল এন ডি এৰ ১৪৮ নং বেটচ। ২০২১ চনত উচ্চতম ন্যায়ালয়ে প্ৰতিৰক্ষা বিভাগৰ সৰ্বোচ্চ পৰীক্ষাত মহিলাক সুযোগ দিয়াৰ নিৰ্দেশ দিছিল।

সৃষ্টি সিং নামৰ এগৰাকী কেডেটে কয়, আমাক এটা ভাল প্ৰশিক্ষণ দিয়া হৈছিল। কিন্তু আজি পাছ কৰাৰ পিছত এনে লাগিছে যেন আৰু কেইদিনমান যদি ইয়াত থাকিব পাৰিলোহেঁতেন। ইয়াত নাৰীক পুৰুষৰ সৈতে সমান ব্যৱহাৰ কৰা হয়। শ্ৰী দক্ষই কয়, দেশৰ যুৱতীসকলে এন ডি এত যোগদান কৰিব লাগে।

Recent News

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ কেইবাখনো যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ কেইবাখনো যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

তদন্তৰ তথ্য ৰাজহুৱা নকৰে, ই গোপন বিষয় : গৌৰৱ গগৈৰ বিৰুদ্ধে চলা পাকিস্তান সংযোগৰ তদন্ত সম্পৰ্কে অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

তদন্তৰ তথ্য ৰাজহুৱা নকৰে, ই গোপন বিষয় : গৌৰৱ গগৈৰ বিৰুদ্ধে চলা পাকিস্তান সংযোগৰ তদন্ত সম্পৰ্কে অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd