• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰিস্থ সাপেখাটী ডেজিগনেটেট শিবিৰত এনডিএফবিৰ (প্ৰ) ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

চাজিদ খান by চাজিদ খান
October 5, 2018 6:03 am
IMG-20181003-WA0010
194
VIEWS
Share on FacebookShare on Twitter

এনডিএফবিৰ (প্ৰগ্ৰেছিভ) সৈতে কেন্দ্ৰ চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ ১৩ বছৰ পাৰ পাছতো সংগঠনটোৰ নেতাসকল নিশ্চিত যে এখন পৃথক বড়োলেণ্ড নিৰ্মাণ হ’ব।

ওদালগুৰিৰ সাপেখাটী ডেজিগনেটেট শিবিৰত ৩ অক্টোবৰত এনডিএফবিৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা প্ৰায় ৭০০০ লোকৰ বৃহৎ সমাৱেশত পুনৰ পৃথক ৰাজ্যৰ দাবী তুলিলে সংগঠনটোৱে।

এনডিএফবিৰ (প্ৰগ্ৰেছিভ) সভাপতি ধীৰেন বড়োৱে সংগঠনৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী মুকলি কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী  ওৰফে বি স্বৰ্গীয়াৰীয়ে অভিওযগ কৰে যে বৰ্তমানৰ বিজেপি চৰকাৰে বড়োসকলক বিশ্বাসঘাটকতা কৰিছে।

তেওঁ আৰু কয় যে চৰকাৰে তেওঁলোকৰ দাবীৰ সপক্ষে কেবিনেটক সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত কাৰো মিছা প্ৰতিশ্ৰুতিত তেওঁলোক আৰু ভোল নাযায়।

নেশ্যনেল ফেডাৰেশ্যন অব নিউ ষ্টেটছৰ সাধাৰণ সম্পাদক এছ ছানিয়ালে কৈছে যে বড়োসকলৰ সুদীৰ্ঘ সময়ৰ সংগ্ৰামে এদিন সুফল আনিব। তেওঁ কয় যে চৰকাৰে বড়ো সম্প্ৰদায়ক বঞ্চিত কৰাই নহয়, তেওঁলোকক বিশ্বাসঘাটকতাও কৰিছে।

আবছুৰ সভাপতি প্ৰমোদ বড়োইই কৈছে যে চৰকাৰে ক্ষুদ্ৰ জনগোষ্ঠীসমূহে তেওঁলোকৰ ভাষা, পৰম্পৰা আৰু সংস্কৃতিক ৰক্ষা কৰাৰ বাবে কৰি অহা সংগ্ৰামক উদগনি দিয়াৰ বাবে ৰণনীতিমূলক উপায় উলিয়াব লাগে।

এনডিএফবিৰ (প্ৰগ্ৰেছিভ)সহকাৰী প্ৰচাৰ সম্পাদক বি বড়োছাই উদ্বোধনী ভাষণ ৰাখে। প্ৰাক্তন সাংসদ তথা ইউপিপিএলৰ সভাপতি উৰখাও ব্ৰহ্ম, ইণ্ডিজেনাছ পীপলছ ফ্ৰণ্ট অব ত্ৰিপুৰাৰ উপ সভাপতি অন্ত দেববৰ্মা আদিয়েও সভাত ভাষণ প্ৰদান কৰে।

এই সভাতেই সংগঠনটোৰ মুখপত্ৰ ‘উদাংশ্ৰি’ উন্মোচন কৰা হয়। উনওচন কৰে বড়ো সাহিত্য একাডেমী বঁটা বিজয়ী নবীৱ মাল্লা বড়োৱে।

উল্লেখ্য যে ১৯৮৬ চনত ‘সাৰ্বভৌম বড়োলেণ্ড’ৰ দাবীত এনডিএফবিৰ (প্ৰগ্ৰেছিভ)জন্ম হৈছিল। ১৯ বছৰ যোৰা সশস্ত্ৰ সংগ্ৰামৰ পাছত ২০০৫ চনত যুদ্ধ বিৰতি ঘোষণা কৰিছিল আৰু কেন্দ্ৰৰ সৈতে আলোচনাত বহিছিল।

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd