• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰিস্থ সাপেখাটী ডেজিগনেটেট শিবিৰত এনডিএফবিৰ (প্ৰ) ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

চাজিদ খান by চাজিদ খান
October 5, 2018 6:03 am
IMG-20181003-WA0010
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনডিএফবিৰ (প্ৰগ্ৰেছিভ) সৈতে কেন্দ্ৰ চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ ১৩ বছৰ পাৰ পাছতো সংগঠনটোৰ নেতাসকল নিশ্চিত যে এখন পৃথক বড়োলেণ্ড নিৰ্মাণ হ’ব।

ওদালগুৰিৰ সাপেখাটী ডেজিগনেটেট শিবিৰত ৩ অক্টোবৰত এনডিএফবিৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা প্ৰায় ৭০০০ লোকৰ বৃহৎ সমাৱেশত পুনৰ পৃথক ৰাজ্যৰ দাবী তুলিলে সংগঠনটোৱে।

Apply Now

এনডিএফবিৰ (প্ৰগ্ৰেছিভ) সভাপতি ধীৰেন বড়োৱে সংগঠনৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী মুকলি কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী  ওৰফে বি স্বৰ্গীয়াৰীয়ে অভিওযগ কৰে যে বৰ্তমানৰ বিজেপি চৰকাৰে বড়োসকলক বিশ্বাসঘাটকতা কৰিছে।

তেওঁ আৰু কয় যে চৰকাৰে তেওঁলোকৰ দাবীৰ সপক্ষে কেবিনেটক সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত কাৰো মিছা প্ৰতিশ্ৰুতিত তেওঁলোক আৰু ভোল নাযায়।

নেশ্যনেল ফেডাৰেশ্যন অব নিউ ষ্টেটছৰ সাধাৰণ সম্পাদক এছ ছানিয়ালে কৈছে যে বড়োসকলৰ সুদীৰ্ঘ সময়ৰ সংগ্ৰামে এদিন সুফল আনিব। তেওঁ কয় যে চৰকাৰে বড়ো সম্প্ৰদায়ক বঞ্চিত কৰাই নহয়, তেওঁলোকক বিশ্বাসঘাটকতাও কৰিছে।

আবছুৰ সভাপতি প্ৰমোদ বড়োইই কৈছে যে চৰকাৰে ক্ষুদ্ৰ জনগোষ্ঠীসমূহে তেওঁলোকৰ ভাষা, পৰম্পৰা আৰু সংস্কৃতিক ৰক্ষা কৰাৰ বাবে কৰি অহা সংগ্ৰামক উদগনি দিয়াৰ বাবে ৰণনীতিমূলক উপায় উলিয়াব লাগে।

এনডিএফবিৰ (প্ৰগ্ৰেছিভ)সহকাৰী প্ৰচাৰ সম্পাদক বি বড়োছাই উদ্বোধনী ভাষণ ৰাখে। প্ৰাক্তন সাংসদ তথা ইউপিপিএলৰ সভাপতি উৰখাও ব্ৰহ্ম, ইণ্ডিজেনাছ পীপলছ ফ্ৰণ্ট অব ত্ৰিপুৰাৰ উপ সভাপতি অন্ত দেববৰ্মা আদিয়েও সভাত ভাষণ প্ৰদান কৰে।

এই সভাতেই সংগঠনটোৰ মুখপত্ৰ ‘উদাংশ্ৰি’ উন্মোচন কৰা হয়। উনওচন কৰে বড়ো সাহিত্য একাডেমী বঁটা বিজয়ী নবীৱ মাল্লা বড়োৱে।

উল্লেখ্য যে ১৯৮৬ চনত ‘সাৰ্বভৌম বড়োলেণ্ড’ৰ দাবীত এনডিএফবিৰ (প্ৰগ্ৰেছিভ)জন্ম হৈছিল। ১৯ বছৰ যোৰা সশস্ত্ৰ সংগ্ৰামৰ পাছত ২০০৫ চনত যুদ্ধ বিৰতি ঘোষণা কৰিছিল আৰু কেন্দ্ৰৰ সৈতে আলোচনাত বহিছিল।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd