• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হতাশাই চানিছে ইংলেণ্ডক! প্ৰায় আধা নিযুততকৈ অধিক লোকে খাবলগীয়া হৈছে হতাশা নিৰাময়ৰ ঔষধ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 14, 2022 11:11 am
274
VIEWS
Share on FacebookShare on Twitter

হতাশা এতিয়া সমগ্ৰ বিশ্বৰে এক ডাঙৰ সমস্যা হিচাবে দেখা দিছে। তথ্য-প্ৰযুক্তিকে ধৰি আন সকলো ক্ষেত্ৰতে আগুৱান দেশ ইংলেণ্ডত এতিয়া হতাশাৰ চিকাৰ হৈছে লাখ লাখ লোক।

লক্ষ্যণীয় কথাটো হ’ল ইংলেণ্ডত প্ৰায় আধা নিযুততকৈ অধিক প্ৰাপ্তবয়স্ক লোকেই এণ্টিডিপ্ৰেচেণ্ট অৰ্থাৎ হতাশা নিৰাময় কৰা ঔষধ সেৱন কৰি আছে।শেহতীয়া স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদনত এই কথা কোৱা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা (এনএইচএছ)ৰ মতে, শিশু আৰু কিশোৰসকলৰ ক্ষেত্ৰত হতাশাৰ দৰবৰ প্ৰেছক্ৰিপশ্বনৰ সংখ্যাও বৃদ্ধি পাইছে।

২০২১-২২ বৰ্ষৰ পৰা হতাশাত ভোগা প্ৰাপ্তবয়স্কৰ সংখ্যা ৫ শতাংশ বৃদ্ধি পাইছে। এই সংখ্যা এই সময়ছোৱাত ৭.৯ নিযুতৰ পৰা ৮.৩ নিযুতলৈ বৃদ্ধি পাইছে। দেশ খনত একেৰাহে ষষ্ঠ বছৰৰ বাবে ৰোগী আৰু প্ৰেছক্ৰিপচন দুয়োটাৰে সংখ্যা বৃদ্ধি হৈছে। ২০২১ ৰ পৰা ২০২২ চনৰ ভিতৰত আনুমানিক ৮৩.৪ নিযুত এণ্টিডিপ্ৰেচেণ্ট ঔষধৰ সামগ্ৰী বিক্ৰী কৰা হৈছিল।

যি আগৰ বছৰৰ তুলনাত ৫ শতাংশ বেছি বুলি তথ্য প্ৰকাশ পাইছে। হতাশা দূৰ কৰা ঔষধ গ্ৰহণ কৰা ১০ ৰ পৰা ১৪ বছৰীয়া শিশুৰ সংখ্যা ১০,৯৯৪ ৰ পৰা ১১,৮৭৮ গৰাকীলৈ বৃদ্ধি পাইছে।

১৫ ৰ পৰা ১৯ বছৰ বয়সৰ লোকৰ সংখ্যা ১৬৬,৯২২ ৰ পৰা ১৮৪,৪৫৫ লৈ বৃদ্ধি পাইছে।সঁচাকৈ এনেবোৰ পৰিসংখ্যা হতাশজনকেই নহয়, ভয়ংকৰ দিনৰো আগজাননী।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd