নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্ছ (এনএইচআৰটি) মেঘালয়ে জ্যেষ্ঠ পৰামৰ্শদাতা পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন আমন্ত্ৰণ কৰিছে।
পদৰ নাম : জ্যেষ্ঠ পৰামৰ্শদাতা
পদৰ সংখ্যা : ১
দৰমহা : ৭০,০০০/- টকা ৭৫,০০০/- টকা
অত্যাৱশ্যকীয় অৰ্হতা : কৃষি / কৃষি অৰ্থনীতি / এপিকালচাৰত ডক্টৰেট বা স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা সমতুল্য
অত্যাৱশ্যকীয় অভিজ্ঞতা: বহনক্ষম কৃষি/ উদ্যানপালন/ এপিকালচাৰ/ গ্ৰামোন্নয়ন আৰু আনুষঙ্গিক ক্ষেত্ৰৰ বিকাশসম্পৰ্কীয় প্ৰকল্পবোৰ পৰিচালনা কৰাৰ নূন্যতম ২৫ বছৰৰ অভিজ্ঞতা থাকিলে ভাল। বিশেষকৈ চৰকাৰী খণ্ডত অভিজ্ঞতা থকাসকলে অগ্ৰাধিকাৰ পাব।
Also read : Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?
আকাংক্ষিত অভিজ্ঞতা: প্ৰকল্পৰূপায়ণৰ নীতি প্ৰণয়ন আৰু পৰিকল্পনা অন্তৰ্ভুক্ত কৰি জ্যেষ্ঠ পদত চৰকাৰী খণ্ডত কাম কৰাৰ অভিজ্ঞতা।
উৰ্ধতম বয়সৰ সীমা : ৬৩ বছৰ
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ৩১ জুলাই, ২০২২ ৰ ভিতৰত [email protected] ইমেইল আইডিলৈ কেৱল অনলাইনত পৰিশিষ্ট-১ত দিয়া নিৰ্ধাৰিত প্ৰ-পত্ৰত আবেদন প্ৰেৰণ কৰিব পাৰে
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
https://www.nectar.org.in/img/