DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home চাকৰি

Assam Career : NECTARত পদ খালী, কি পদৰ বাবে কেনেদৰে কৰিব আবেদন?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2022 12:14 pm
Assam Career
81
VIEWS
Share on FacebookShare on Twitter

নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্ছ (এনএইচআৰটি) মেঘালয়ে জ্যেষ্ঠ পৰামৰ্শদাতা পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন আমন্ত্ৰণ কৰিছে।

পদৰ নাম : জ্যেষ্ঠ পৰামৰ্শদাতা

পদৰ সংখ্যা : ১
দৰমহা : ৭০,০০০/- টকা ৭৫,০০০/- টকা
অত্যাৱশ্যকীয় অৰ্হতা : কৃষি / কৃষি অৰ্থনীতি / এপিকালচাৰত ডক্টৰেট বা স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা সমতুল্য
অত্যাৱশ্যকীয় অভিজ্ঞতা: বহনক্ষম কৃষি/ উদ্যানপালন/ এপিকালচাৰ/ গ্ৰামোন্নয়ন আৰু আনুষঙ্গিক ক্ষেত্ৰৰ বিকাশসম্পৰ্কীয় প্ৰকল্পবোৰ পৰিচালনা কৰাৰ নূন্যতম ২৫ বছৰৰ  অভিজ্ঞতা থাকিলে ভাল। বিশেষকৈ চৰকাৰী খণ্ডত অভিজ্ঞতা থকাসকলে অগ্ৰাধিকাৰ পাব।

Also read : Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

আকাংক্ষিত অভিজ্ঞতা: প্ৰকল্পৰূপায়ণৰ নীতি প্ৰণয়ন আৰু পৰিকল্পনা অন্তৰ্ভুক্ত কৰি জ্যেষ্ঠ পদত চৰকাৰী খণ্ডত কাম কৰাৰ অভিজ্ঞতা।
উৰ্ধতম বয়সৰ সীমা : ৬৩ বছৰ
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ৩১ জুলাই, ২০২২ ৰ ভিতৰত [email protected] ইমেইল আইডিলৈ কেৱল অনলাইনত পৰিশিষ্ট-১ত দিয়া নিৰ্ধাৰিত প্ৰ-পত্ৰত আবেদন প্ৰেৰণ কৰিব পাৰে
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
https://www.nectar.org.in/img/whatsnew_Items/1658202214.pdf

Also read : Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Recent News

Amritpal Singh

ডিব্ৰুগড় কাৰাগাৰলৈ পুনৰ খালিস্তানী নেতা অমৃতপাল সিঙৰ তিনি সহযোগী

Mamata Banerjee

কেন্দ্ৰই পৰিশোধ কৰা নাই ধন: দুদিনীয়া ধৰ্ণাত বহাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব ভাৰতৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ বাবে নেতৃত্ব আৰু ক্ষমতা বিকাশৰ ওপৰত কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব ভাৰতৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ বাবে নেতৃত্ব আৰু ক্ষমতা বিকাশৰ ওপৰত কৰ্মশালা

Indigo

উৰন্ত ইণ্ডিগ’ বিমানত যাত্ৰীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি: জৰুৰী অৱতৰণ ৰেঙ্গুনত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd