• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাহৰিৰ জ্বৰ নিয়ন্ত্ৰণত কেন্দ্ৰৰ সহায়ৰ প্ৰয়োজন: অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 12, 2020 7:49 pm
Need Centre's help in controlling African swine fever in Assam: ALDC Chairman
296
VIEWS
Share on FacebookShare on Twitter

অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই মঙলবাৰে কয় যে গাহৰিৰ আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ পৰা সহায় প্ৰয়োজন।

গুৱাহাটীত এক সংবাদ মেল যোগে এই কথা জনালে পশুধন উন্নয়ন নিগমৰ অধ্যক্ষজনে।

শইকীয়াই কয় “অধিক হাৰত নমুনা পৰীক্ষা কৰা ব্যৱস্থা কৰা হৈছে৷ এই অচিন ৰোগ চিকিৎসকসকলৰ বাবে নতুন অভিজ্ঞতা।”

তেওঁ জনোৱা মতে বৰ্তমানলৈকে ৰাজ্যৰ ১০খন জিলাত এই ৰোগৰ সংক্ৰমিত হৈছে আৰু ১৪৭০৭টা গাহৰিৰ মৃত্যু হৈছে৷

“আজি গোলাঘাটত ১৫৩টা গাহৰিৰ মৃত্যু হৈছে৷ ১০খন জিলাত গাহৰি কিনা–বেচা নিষিদ্ধ ঘোষণা কৰা হৈছে,” তেওঁ কয়৷

তেওঁ লগতে কয় যে আফ্ৰিকান চোৱাইন ফিভাৰ গাহৰি পালকৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বান হ’ব।

আনহাতে লকডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত মাংসৰ যোগান ধৰিছিল পশুধন নিগমে।

কিন্তু ছাগলী মাংসত লোকচান হোৱাৰ পাছতো ব্যৱসায় চলাই আছিল বুলি জনায় শইকীয়াই৷

বৰ্তমান সময়ত ব্ৰয়লাৰৰ দাম বৃদ্ধিক লৈ শইকীয়াই কয় যে বৰ্তমান ৰাজ্যত মজুত থকা ব্ৰয়লাৰৰ সংখ্যা নগণ্য৷

“বাহিৰৰ পৰা আনিছে ব্যৱসায়ীয়ে৷ কিন্ত নিৰ্ধাৰিত দামৰ বাহিৰত বিক্ৰী কৰিব নোৱাৰিব,” শইকীয়াই কয়৷

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd