• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোডীয়ে এইবাৰ সলাই দিলে ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী’ৰ নাম 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2023 8:16 pm
মোডীয়ে এইবাৰ সলাই দিলে ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী’ৰ নাম 
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নৰেন্দ্ৰ মোডী চৰকাৰে দিল্লীস্থিত ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড  লাইব্ৰেৰী’ৰ নাম সলনি কৰাৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে। নতুন সিদ্ধান্ত মৰ্মে ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড  লাইব্ৰেৰী’ এতিয়াৰ পৰা ’প্ৰাইম মিনিষ্টাৰ মিউজিয়াম এণ্ড চচাইটি’ হিচাপে পৰিচিত হ’ব। 

কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছে নেহৰু মেমৰিয়েলৰ নাম সলনি কৰাত তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। কংগ্ৰেছৰ নেতা সকলে কৈছে যে বিজেপিয়ে নেহেৰুৰ নাম আঁতৰাই দিলেও জনতাৰ অন্তৰৰ পৰা নেহেৰুৰ নাম কেতিয়াও মচি পেলাব নোৱাৰে।

দিল্লীৰ নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰালটো এতিয়াৰে পৰা ’প্ৰাইম মিনিষ্টাৰ মিউজিয়াম এণ্ড চচাইটি’ হিচাপে অভিহিত কৰা হ’ব। 

উল্লেখ্য যে যিখন সভাত নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ নাম সলনি কৰি ’প্ৰাইম মিনিষ্টাৰ মিউজিয়াম এণ্ড চচাইটি’ কৰা হৈছিল সেইখন সভা সভাপতিত্ব কৰিছিল ৰাজনাথ সিঙে। উল্লেখ্য যে ৰাজনাথ সিং নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল সমিতিৰ উপ-সভাপতি।

কংগ্ৰেছে কৰা সমালোচনাৰ উত্তৰত ৰাজনাথ সিঙে কয় যে আমি দেশৰ সকলো প্ৰধানমন্ত্ৰীৰ অৱদান দেখুৱাব লাগিব, গতিকে গণতান্ত্ৰিক আদৰ্শৰ কথা চিন্তা কৰিয়েই এই নাম সলনি কৰা হৈছে।

আনহাতে, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰি কয়, “মোডী হৈছে সংকীৰ্ণ মনোভাৱ আৰু প্ৰতিশোধৰ আন এক নাম। ৫৯ বছৰতকৈও অধিক সময় ধৰি নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল বিশ্বব্যাপী গ্ৰন্থ আৰু আৰ্কাইভৰ ভঁৰাল হিচাপে জনাজাত হৈ আহিছে। নিৰাপত্তাহীনতা বোজাই কৰা এজন সংকীৰ্ণ মানুহে নৰেন্দ্ৰ মোডীৰ দৰে এনেবোৰ কাম কৰি ফুৰে।”

নেহৰু স্মৃতিসৌধৰ নাম সলনিৰ সন্দৰ্ভত কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে কয় যে নেহৰু স্মৃতিসৌধৰ নাম সলনি কৰি এজন ব্যক্তিয়ে পুনৰবাৰ নিজৰ ক্ষুদ্ৰতা প্ৰদৰ্শন কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰীৰ বক্তব্যৰ কথা উল্লেখ কৰি বল্লভে কয় – সৰু মনৰে কোনেও ডাঙৰ হ’ব নোৱাৰে। লগতে তেওঁ কয় যে আনৰ নাম মচি নিজকে মহান কৰি তোলা ব্যক্তিৰ কথা দেশবাসীয়ে ভাবিব নোৱাৰে।

বল্লভে শেষত কয় যে পণ্ডিতজীৰ নাম ১৪০ কোটি মানুহৰ অন্তৰত লিখা আছে, ইয়াক কেনেকৈ মচিব? 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

August 15, 2025 10:04 am
অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

August 15, 2025 9:16 am
‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

August 15, 2025 8:38 am
‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

August 15, 2025 10:04 am
অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

August 15, 2025 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd