• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘১টকাত ছেনিটাৰী পেড’: লালকিল্লাত প্ৰধান মন্ত্ৰীৰ ঘোষণাক প্ৰশংসাৰে উপচালে বিভিন্নজনে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 15, 2020 1:25 pm
WhatsApp Image 2020-08-15 at 8.32.08 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰধান মন্ত্ৰীৰ ভাষণত ছেনিটাৰী পেডৰ কথা। স্বাভাৱিকতেই সকলোৰে বাবে এক আচৰিত ঘটনা যেন লগা এক কথা। কিন্তু ইয়াৰ বাবে প্ৰধান মন্ত্ৰীগৰাকীয়ে দেশৰ নাগৰিকৰ পৰা পালে বহু আন্তৰিক প্ৰশংসা।

ভাৰতৰ বিভিন্ন অংশত এতিয়াও ঋতুস্ৰাৱক লৈ অস্পৃশ্যতা বিদ্যমান। সেই অস্পৃশ্যতা দূৰ কৰাৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে ল’লে এক বৃহৎ পদক্ষেপ।

দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰধান মন্ত্ৰীয়ে ছেনিটাৰী পেড সম্পৰ্কত মুখ খুলিলে।

নিজৰ ভাষণত মোদীয়ে কয়, ‘’কন্যা আৰু ভগ্নীসকলৰ স্বাস্থ্যৰ সম্পৰ্কে চৰকাৰ সদায় সজাগ। দেশৰ ৬,০০০ জন ঔষধি কেন্দ্ৰৰ জৰিয়তে অতি কম সংখ্যক মহিলাই ১টকাত ছেনিটাৰী পেড লাভ কৰিছে। কন্যা সন্তানসকলৰ বিয়াৰ ন্যুনতম বয়স ঠিক কৰাৰ বাবে চৰকাৰে এখন কমিটি গঠন কৰিছে। সেই কমিটিৰ প্ৰতিবেদন পোৱাৰ পাছতে আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম।‘’

লালকিল্লাত মোদীৰ এই বক্তৱ্যই ছচিয়েল মিডিয়াত প্ৰশংসাৰ জোৱাৰ তুলিছে।

https://twitter.com/Jayajaitly/status/1294469514126454784

নাগৰিকসকলে মন্তব্য কৰিছে যে আন কোনো দেশে ভাবিব পাৰে যে এখন ঐতিহাসিক মঞ্চৰ পৰা এগৰাকী প্রধান মন্ত্রীয়ে মহিলাৰ সফলতা আৰু ছেনিটাৰী পেডক লৈ কথা কৈছে তাক মানুহে প্ৰগতিশীল বুলি নকৈ কি বুলি ক’ব?

Over 5 crore sanitary pads have been given to poor women at ₹1 each through 6,000 Jan Aushadhi stores.

What a simple and impactful work of progress 🙏🏻

— Vinayak (@vinayak_jain) August 15, 2020

আনহাতে, আন এক টুইটাৰত এজনে লিখিছে যে স্বাধীনতা দিৱসৰ ভাষণত প্ৰধান মন্ত্ৰীয়ে ছেনিটাৰী পেডৰ কথা কৈছে। এয়া অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজত এক মাইলৰ খুঁটি।

সেইদৰে আন এগৰাকীয়ে কৈছে যে এটা সময় আছিল যেতিয়া লুকাই চুৰাই ঘৰত ছেনিটাৰী পেডৰ কথা পতা হৈছিল। প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষণত সেইকথা ক’লে। দেশত এনেধৰণৰ অস্পৃশ্যতা যেন ধুই মচি পেলালে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd